ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Oct 5, 2021, 12:59 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

top 10 at 1 pm
1 বজাৰ শীৰ্ষ দহটা বাতৰি

সীমান্ত অঞ্চল পৰিদৰ্শন অসম-মেঘালয়ৰ যুটীয়া প্ৰতিনিধি দলৰ

অসম-মেঘালয়ৰ সীমান্ত সমস্যা সমাধানৰ বাবে তৎপৰ হৈছে দুয়োখন ৰাজ্যৰ চৰকাৰ । উত্তৰ-পূৱৰ দুয়োখন ৰাজ্যৰ বিষয়াসকলৰে গঠিত এক যুটীয়া প্ৰতিনিধি দলে পৰিদৰ্শন কৰে সীমান্ত অঞ্চল ।

এটা ইঞ্জিনযুক্ত ফেৰী সেৱা বন্ধ কৰাতো চৰকাৰৰ এটা ভাল সিদ্ধান্ত: অখিল

এক ইঞ্জিনযুক্ত ফেৰী সেৱা বন্ধ কৰাতো চৰকাৰৰ এটা ভাল সিদ্ধান্ত ৷ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ৷

ফেচবুক, হোৱাটছ এপৰ সেৱা স্থবিৰ: টুইটাৰ, চিগনেল, টেলিগ্ৰামত সক্ৰিয় ব্যৱহাৰকাৰী

সোমবাৰে সন্ধিয়াৰ পৰা ফেচবুক(Facebook), হোৱাটছএপ(Whatsapp), ইনষ্টাগ্ৰাম(Instagram)ৰ সেৱা স্থবিৰ হৈ পৰাৰ সময়খিনিত নিজৰ নিজৰ প্লেটফৰ্মলৈ মানুহক আকৰ্ষিত কৰাত লাগিল চিগনেল(Signal), টুইটাৰ(Twitter) আৰু টেলিগ্ৰাম(Telegram) ।

সেৱা ব্যাহত হোৱাৰ বাবে সকলোকে ক্ষমা বিচাৰিলে মাৰ্ক জাকাৰবাৰ্গে

মঙলবাৰৰ পৰা পুনৰ আগৰ দৰে কাৰ্যক্ষম হ’ল ফেচবুক, হোৱাটচ এপ, ইনষ্টাগ্ৰাম, মেচেঞ্জাৰ ৷ সোমবাৰে হঠাৎ ফেচবুকৰ অধীনস্থ বিভিন্ন সেৱাসমূহ ব্যাহত হৈ পৰাৰ ফলত ব্যৱহাৰকাৰীসকলে সন্মুখীন হোৱা অসুবিধাৰ বাবে ক্ষমা বিচাৰে মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জাকাৰবৰ্গে ৷

মিত্ৰতা বিপিএফেহে ঘোষণা কৰিছে, বিজেপিয়ে কৰা নাই: ৰৌণগৌৰা নাৰ্জাৰী

বিজেপি-বিপিএফ(BJP-BPF)ৰ মিত্ৰতা প্ৰসংগত ইউপিপিএল(UPPL) দলৰ প্ৰতিক্ৰিয়া ৷ মিত্ৰতা বিপিএফেহে ঘোষণা কৰিছে, বিজেপিয়ে কৰা নাই ৷

অসম গণ পৰিষদৰ চিন্তন বৈঠকত উত্তপ্ত পৰিস্থিতি

নগাঁও সংসদীয় সমষ্টিত দলীয় স্থিতি মজবুত কৰাৰ স্বাৰ্থত অসম গণ পৰিষদ দলৰ নেতৃত্বত আয়োজন কৰা হৈছিল চিন্তন বৈঠক ৷

নাথ যোগীক অন্তৰ্ভূক্ত কৰক কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত : অৰবিন্দ নাথ

কোকৰাঝাৰত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ অনশন কাৰ্যসূচী ৷ কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত নাথ যোগীৰ প্ৰতিনিধি অন্তৰ্ভূক্তিৰ দাবী সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথৰ ৷

অমৃত মহোৎসৱত অংশগ্ৰহণৰ বাবে লক্ষ্ণৌত মোডী

স্বাধীনতাৰ 75 তম বৰ্ষপূৰ্তি উপলক্ষ্যে লক্ষ্ণৌত 4,737 কোটি টকাৰ মুঠ 75 টা প্ৰকল্প জনতাৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে ।

উত্তৰ প্ৰদেশৰ খেৰীৰ হিংসাত্মক ঘটনাৰ ভাইৰেল হ’ল ভিডিঅ’

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত সংঘটিত হোৱা হিংসাত্মক ঘটনা(Lakhimpur Violence)ৰ পাচতে ছ’চিয়েল মিডিয়াত ব্যাপকৰূপে ভাইৰেল হৈছে এটি ভিডিঅ’ ৷ দাবী কৰা অনুসৰি, ভাইৰেল হোৱা ভিডিঅ’ৰ দৃশ্য উপ মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ দিনটোৰ সৈতে সাদৃশ্য আছে ৷

70 শতাংশ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হ’ব T20 World Cup

চলিত মাহৰ শেষৰ ফালে অনুষ্ঠিত হ’ব টি20 বিশ্বকাপ ৷ এই উৎসুকতাৰ মাজতে ক্ৰিকেট অনুৰাগীসকলৰ বাবে আহিছে আন এক সু-খবৰ ৷ 70 শতাংশ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হ’ব টি20 বিশ্বকাপৰ খেলসমূহ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.