নিউজ ডেস্ক, গুৱাহাটী, 23 মাৰ্চ :শনিবাৰে গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হয় সাহিত্য একাডেমীৰ এক বিশেষ অনুষ্ঠান । অনুষ্ঠানত শংকৰদেৱৰ বিভিন্ন কৰ্মৰাজিৰ বিষয়ে এক আলোচনাচক্ৰ অনুষ্ঠিত হয় ।
লক্ষ্মীৰাম বৰুৱা সদনত শংকৰদেৱৰ ওপৰত আলোচনাচক্ৰ - লক্ষ্মীৰাম বৰুৱা সদন
শংকৰদেৱৰ বিভিন্ন কৰ্মৰাজিৰ বিষয়ে এক আলোচনাচক্ৰ
লক্ষ্মীৰাম বৰুৱা সদনত শংকৰদেৱৰ ওপৰত আলোচনাচক্ৰ
নিউজ ডেস্ক, গুৱাহাটী, 23 মাৰ্চ :শনিবাৰে গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হয় সাহিত্য একাডেমীৰ এক বিশেষ অনুষ্ঠান । অনুষ্ঠানত শংকৰদেৱৰ বিভিন্ন কৰ্মৰাজিৰ বিষয়ে এক আলোচনাচক্ৰ অনুষ্ঠিত হয় ।
শনিবাৰে গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হয় সাহিত্য একাডেমীৰ এক বিশেষ অনুষ্ঠান । অনুষ্ঠানত শংকৰদেৱৰ বিভিন্ন কৰ্মৰাজিৰ বিষয়ে এক আলোচনাচক্ৰ অনুষ্ঠিত হয় । অনুষ্ঠানটোত সাহিত্যৰাজিৰ লগত জড়িত বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বিশিষ্ট লেখক নগেন শইকীয়া , সাহিত্য একাডেমীৰ উপাধ্যক্ষ মাধৱ কৌশিকে শংকৰদেৱৰ সাহিত্যৰাজিৰ লগতে গুৰুজনাৰ বিশাল অবদান ধৰ্ম, কলা, সংগীত, ভাওনা, সমাজ সংস্কাৰক আদি বিভিন্ন বিষয়ৰ ওপৰত বক্তব্য আগবঢ়ায়।
Lipika deka..Guwahati