ETV Bharat / state

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ পদত আন এজন অসমীয়া - হৃষীকেশ ৰয়

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ বাবে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ হৃষীকেশ ৰয়ৰ নাম ৷

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ পদত আন এজন অসমীয়া
author img

By

Published : Aug 30, 2019, 3:45 PM IST

Updated : Aug 30, 2019, 3:55 PM IST

নিউজ ডেস্ক, 30 আগষ্ট : উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ মুৰব্বী তথা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে বৃহস্পতিবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদৰ কাৰণে চাৰিজন ন্যায়াধীশক নিযুক্তি দিয়ে ৷ ন্যায়াধীশ চাৰিজন ক্ৰমে বি ৰামা সুব্ৰমনিয়াম, কৃষ্ণা মুৰাৰী, এছ ৰবিন্দ্ৰা ভট্ট আৰু হৃষীকেশ ৰয় ৷

supreme court to get new judges collegium approves four names
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ পদত আন এজন অসমীয়া

বি ৰামা সুব্ৰমনিয়াম হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, কৃষ্ণা মুৰাৰী পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, এছ ৰবিন্দ্ৰ ভট্ট ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু হৃষীকেশ ৰয় কেৰেলা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিছে ন্য়ায়াধীশ কেইগৰাকীৰ নাম ৷

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত আন এজন অসমীয়া ৷ ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে হৃষীকেশ ৰয়ৰ নাম ৷
Last Updated : Aug 30, 2019, 3:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.