- ৰহধলা পথাৰৰ দ-খাৱৈত পৰি মৃত্যু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ
- মৃত কিশোৰ জন বিহলঙনী মিলন নগৰৰ মিন্টু চমুৱা
- সমনীয়াৰ সৈতে গা ধুৱলৈ গৈছিল মিন্টু চমুৱা
- ৰংমহল হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল মিন্টু
- কেবাদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে পানী জমা হৈছিল পথাৰৰ খাৱৈতদ-খাৱৈত পৰি ছাত্ৰৰ সলিল-সমাধি
দ-খাৱৈত পৰি ছাত্ৰৰ সলিল-সমাধি - north ghuwahati
উত্তৰ গুৱাহাটীত ভয়ংকৰ অঘটন ৷

দ-খাৱৈত পৰি ছাত্ৰৰ সলিল-সমাধি
- ৰহধলা পথাৰৰ দ-খাৱৈত পৰি মৃত্যু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ
- মৃত কিশোৰ জন বিহলঙনী মিলন নগৰৰ মিন্টু চমুৱা
- সমনীয়াৰ সৈতে গা ধুৱলৈ গৈছিল মিন্টু চমুৱা
- ৰংমহল হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল মিন্টু
- কেবাদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে পানী জমা হৈছিল পথাৰৰ খাৱৈতদ-খাৱৈত পৰি ছাত্ৰৰ সলিল-সমাধি
*SLUG - NORTH GHY STUDENT DIED DUE TO ILLEGAL EARTH CUTTING *
👉উত্তৰ গুৱাহাটীত অঘটন
👉ৰহধলা পথাৰৰ দ খাৱৈত পৰি মৃত্যু ষষ্ঠ শ্ৰেনীৰ ছাত্ৰৰ ।
👉মৃত কিশোৰ জন বিহলঙনী মিলন নগৰৰ মিন্টু চমুৱা ।
👉সমনীয়াৰ সৈতে গা ধুৱলৈ গৈছিল মিন্টু চমুৱা ।
👉ৰংমহল হাইষ্কুলৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰ আছিল মিন্টু ।
👉কিশোৰৰ মৃতদেহ দ খাৱৈত উদ্ধাৰকলৈ উত্তৰ গুৱাহাটীত চাঞ্চল্য ।
Script-পথাৰৰ মাটি অবৈধ ভাৱে কাটি সৃষ্টি কৰা প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ খালৰ বাবেই উত্তৰ গুৱাহাটী বিহলঙনী গাঁৱৰ এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই কৰুণ ভাৱে মৃত্যুক সাৱটিৱলগীয়া হৈছে ।উত্তৰ গুৱাহাটী ৰংমহল হাইস্কুলৰ মিন্টু চমুৱা নামৰে এই ছাত্র জনৰ মৃত্যুক কেন্দ্ৰ কৰি গাও খনত এতিয়া তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে । উল্লেখ্য যোৱা কেইবাদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে পথাৰৰ এনেবোৰ প্ৰকাণ্ড প্ৰকাণ্ড গাত বোৰ পানীৰে উপচি পৰাত নিতৌ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।ইফালে ,পথাৰৰ মাটি অবৈধ ভাৱে কাটি একাংশ অসাধু লোকে ৰমৰমীয়া ব্যৱসায় চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ লগতে স্থানীয় প্ৰশাসনৰ ওপৰত সন্দেহৰ আঙুলি টোৱাইছে ৰাইজে ।
বাইট---