ETV Bharat / state

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত থলুৱা যুৱক-যুৱতীক নিযুক্তি ! - থলুৱা যুৱক-যুৱতী

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত শীঘ্ৰে নিযুক্তি দিয়ক 2577 জন থলুৱা যুৱক-যুৱতীক - এই দাবী অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা,অনুসূচিত জাতি বি টি চি ছাত্ৰ সন্থা সহ বহু কেইটা দল সংগঠনৰ ।

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত নিযুক্তি থলুৱা যুৱক-যুৱতী
author img

By

Published : Aug 30, 2019, 9:38 AM IST

গুৱাহাটী, 30 আগষ্টঃ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত শীঘ্ৰে নিযুক্তি দিয়ক 2577 জন থলুৱা যুৱক-যুৱতীক । এই দাবী অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা,অনুসূচিত জাতি বি টি চি ছাত্ৰ সন্থা সহ বহু কেইটা দল সংগঠনৰ ।

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত নিযুক্তি থলুৱা যুৱক-যুৱতী

গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই দাবী তোলে সংগঠনকেইটাই । ব্ৰিটিছ আমোলৰ দিনৰে পৰা ভাৰতীয় আইন 135 মতে ৰে'লৱেৰ চাকৰিত 15% পদ অনুসূচিত জাতিৰ যুৱক যুৱতীয়ে পাব লাগে । কিন্তু সেয়া বৰ্তমানেও হৈ নুঠিল । গতিকে ৰে'লৱেত খালী হৈ থকা গ্ৰুপ ডিৰ পদ সমূহত মকৰল কৰক অনুসূচিত জাতিৰ যুৱক-যুৱতীক । লগতে ৰে'লৱে বাহিৰে অন্য বিভাগতো এতিয়াৰে পৰা থলুৱা যুৱক-যুৱতীকহে নিযুক্তি দিব পাৰিব বুলি হুংকাৰ দিয়ে । অন্যথা ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও সকীয়নি দিয়ে সংগঠনকেইটাই ।

Intro:উত্তৰ পূৱ সীমান্ত ৰেলৱেত অতি শীঘ্ৰে নিযুক্তি দিয়ক 2577 জন থলুৱা যুৱক যুৱতীক । এই দাবী অসম অনুসুচিত জাতি যুৱ ছাত্ৰ সন্থা,অনুসুচিত জাতি বি টি চি ছাত্র সন্থা সহ বহু কেইটা দল সংগঠনৰ ।

Body:বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই দাবী তোলে সংগঠনকেইটাই । তেওঁ লোকৰ দাবী বিটিছ আমোলৰ।দিনৰে পৰা ভাৰতীয় আইন 135 মতে ৰেলৱেৰ চাকৰিত 15% পদ অনুসুচিত জাতিৰ যুৱক যুৱতীয়ে পাব লাগে ।কিন্তু সেয়া বৰ্তমানেও হৈ নুঠিল । গতিকে ৰেলৱেত খালী হৈ থকা গ্ৰুপ ডিৰ পদ সমূহত মকৰল কৰক অনুসুচিত জাতিৰ যুৱক যুৱতীক । লগতে ৰেলৱে বাহিৰে অন্য বিভাগতো এতিয়াৰে পৰা থলুৱা যুৱক যুৱতীক হে নিযুক্তি দিব পাৰিব বুলি হুংকাৰ দিয়ে । অন্যথা ইয়াৰ বিৰূদ্ধে প্ৰতিবাদ গঢ়ি তুলিব বুলিও সকীয়নি দিয়ে ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.