ETV Bharat / state

মাথো কাৰ্ডেৰে কিনিব পাৰিব ইন্ধন! কিমান সঁচা এই খবৰ?

কেৱল কাৰ্ডৰ মাধ্যমেৰে ইন্ধন ক্ৰয় কৰিব পাৰিব বুলি বিভিন্ন মাধ্যমযোগে প্ৰচাৰ হৈছিল ৷ কিন্তু তেল ডিপোৰ কৰ্মচাৰীসকলে এই খবৰ ভুৱা বুলি স্পষ্টকৈ প্ৰকাশ কৰিছে ৷ কাৰ্ডৰ লগতে নগদ ধনেৰেও গ্ৰাহকসকলে ক্ৰয় কৰিব পাৰিব ইন্ধন ৷

কেচ-কাৰ্ড দুয়োটা মাধ্যমেৰে ক্ৰয় কৰিব পাৰিব তেল
author img

By

Published : Apr 19, 2019, 9:31 AM IST

গুৱাহাটী, 19 এপ্ৰিল : কেৱল কাৰ্ডৰ বিনিময়তহে তেল ডিপোত তেল ক্ৰয় কৰিব পাৰিব বুলি মাধ্যমত প্ৰচাৰ হোৱা বাতৰিক ভুৱা বুলি প্ৰকাশ কৰিছে তেল ডিপো কৰ্তৃপক্ষই ৷ ৰাইজক বিভ্ৰান্ত নহ'বলৈ আহ্বান জনাইছে তেল ডিপোৰ কৰ্মচাৰীসকলে ৷ তেল ডিপোৰ কৰ্মচাৰীসকলে এই খবৰ ভুৱা বুলি স্পষ্টকৈ প্ৰকাশ কৰিছে ৷ কাৰ্ডৰ লগতে নগদ ধনেৰেও গ্ৰাহকসকলে ক্ৰয় কৰিব পাৰিব ইন্ধন ৷

কেচ-কাৰ্ড দুয়োটা মাধ্যমেৰে ক্ৰয় কৰিব পাৰিব তেল

গুৱাহাটী, 19 এপ্ৰিল : কেৱল কাৰ্ডৰ বিনিময়তহে তেল ডিপোত তেল ক্ৰয় কৰিব পাৰিব বুলি মাধ্যমত প্ৰচাৰ হোৱা বাতৰিক ভুৱা বুলি প্ৰকাশ কৰিছে তেল ডিপো কৰ্তৃপক্ষই ৷ ৰাইজক বিভ্ৰান্ত নহ'বলৈ আহ্বান জনাইছে তেল ডিপোৰ কৰ্মচাৰীসকলে ৷ তেল ডিপোৰ কৰ্মচাৰীসকলে এই খবৰ ভুৱা বুলি স্পষ্টকৈ প্ৰকাশ কৰিছে ৷ কাৰ্ডৰ লগতে নগদ ধনেৰেও গ্ৰাহকসকলে ক্ৰয় কৰিব পাৰিব ইন্ধন ৷

কেচ-কাৰ্ড দুয়োটা মাধ্যমেৰে ক্ৰয় কৰিব পাৰিব তেল
Intro:সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকা এটা ভুৱা বাতৰি। শুক্ৰ বাৰৰ পৰা তেল ডিপো সমূহত কেৱল কাৰ্ডৰ বিনিময়ত কিনিবলৈ পাব তেল । কিন্তু সেই বাতৰিৰ সত্য সত্যতা প্ৰমাণ কৰিবলৈ এটভি ভাৰতৰ অভিযান।


Body:তেল ডিপো ৰ কৰ্তৃপক্ষই জানিবলৈ দিলে বাতৰি সত্য সত্যতা।


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.