গুৱাহাটী, 30 এপ্ৰিলঃ মহানগৰীৰ তেতেলীয়াত শোকাৱহ পথ দুৰ্ঘটনা । তীব্ৰবেগী বাছে মহতিয়াই নিয়ে এগৰাকী মহিলাক । বৰাগাঁৱৰ পৰা জালুকবাৰী অভিমুখে আহি আছিল AS-01-HC-6701 নম্বৰৰ বাছখন ।
তেতেলীয়াত শোকাৱহ পথ দুৰ্ঘটনা, নিহত 1
বৰাগাঁৱৰ পৰা জালুকবাৰী অভিমুখে আহি আছিল AS-01-HC-6701 নম্বৰৰ বাছখন । মহিলাগৰাকীক সংকটজনক অৱস্থাত বৰাগাঁৱস্থিত এক্সেল কেয়াৰ হস্পিতালত ভৰ্তি কৰে যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে ৷
তেতেলীয়াত শোকাৱহ পথ দুৰ্ঘটনা
গুৱাহাটী, 30 এপ্ৰিলঃ মহানগৰীৰ তেতেলীয়াত শোকাৱহ পথ দুৰ্ঘটনা । তীব্ৰবেগী বাছে মহতিয়াই নিয়ে এগৰাকী মহিলাক । বৰাগাঁৱৰ পৰা জালুকবাৰী অভিমুখে আহি আছিল AS-01-HC-6701 নম্বৰৰ বাছখন ।
Intro:মহানগৰীৰ তেতেলীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী বাছে মহতিয়াই নিয়ে এগৰাকী মহিলাক।
বৰাগাঁৱৰ পৰা জালুকবাৰী অভিমুখে আহি আছিল AS01 HC 6701 নম্বৰৰ বাছখন।
মহিলাগৰাকীক অতি সংকটজনক অৱস্থাত বৰাগাঁওস্থিত এক্সেল কেয়াৰ হস্পিতালত ভৰ্তি কৰে যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে।
Body:মৃত মহিলাগৰাকী খানাপাৰাৰ প্ৰতিভা দেৱী বুলি জানিব পৰা গৈছে।
ইফালে জালুকবাৰী আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বাছখন।Conclusion:Hirul Haque.... Guwahati