ETV Bharat / state

দিল্লীৰ হৈ ৪ টাকৈ পদক আঁজুৰিলে অসমৰ বিক্ৰমে

author img

By

Published : Jan 22, 2020, 10:20 AM IST

খেল’ ইণ্ডিয়াত সাঁতোৰ শাখাত দিল্লীৰ হৈ অংশগ্ৰহণ কৰি ৪ টা পদক অৰ্জন কৰে গোলাঘাটৰ বিক্ৰম চাংমাই । তিনিটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি উৎফুল্লিত বিক্ৰম তথা তেওঁৰ পৰিয়াল।

খেল’ ইণ্ডিয়া
সাঁতোৰবিদ বিক্ৰম

গুৱাহাটী, 22 জানুৱাৰীঃ খেল’ ইণ্ডিয়াত অব্যাহত আছে অসমৰ খেলুৱৈ সকলৰ সাফল্যৰ ধাৰা ৷ ক্ৰীড়া অনুষ্ঠানটোৰ সাঁতোৰ শাখাত দিল্লীৰ হৈ অংশগ্ৰহণ কৰি ৪টা পদক অৰ্জন কৰে গোলাঘাটৰ বিক্ৰম চাংমাইয়ে । সাঁতোৰৰ ২০০ মিটাৰ,৫০মিটাৰ বাটাৰফ্লাই,৪x১০০ মিটাৰ আৰু ১০০ মিটাৰ শাখাত পদক লাভ কৰে অসমৰ খেলুৱৈজনে ৷ তিনিটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি উৎফুল্লিত বিক্ৰম তথা তেওঁৰ পৰিয়াল ।

সাঁতোৰবিদ বিক্ৰম

দিল্লীৰ ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ বিক্ৰম এগৰাকী প্ৰতিভাৱান সাঁতোৰবিদ। দিল্লীত অধ্যয়নৰত বাবে দিল্লীৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়ায় খেলুৱৈগৰাকীয়ে ৷ খেলুৱৈগৰাকীৰ পৰৱৰ্তী লক্ষ্য হৈছে এছিয়ান গেমছত সফলতা অৰ্জন কৰাটো ৷

লগতে চাওকঃমেয়টন কাপত স্বৰ্ণ পদক অৰ্জন অপূৰ্বী চান্দেলাৰ

Intro:দিল্লীৰ হৈ ৪টাকৈ পদক অৰ্জন কৰিলে অসমৰ গোলাঘাটৰ বিক্ৰম চাংমাই। সাতোৰৰ ২০০ মিটাৰ, ৫০মিটাৰ বাটাৰফ্লাই, ৪x১০০ মিটাৰ, ১০০ মিটাৰত পদক লাভ কৰে অসমৰ বিক্ৰমে। তিনিটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি উৎফুল্লিত বিক্ৰম তথা তেওঁৰ পৰিয়াল। দিল্লীৰ ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ এইগৰাকী প্ৰতিভাৱান যুৱ সাঁতোৰবিদ। দিল্লীত অধ্যয়নৰত বাবেই দিল্লীৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে বিক্ৰম চাংমাই। আগন্তুক এছিয়ান গেমছত সফলতাৰ অৰ্জনৰ মূল বুলি ইটিভি ভাৰতৰ আগত উল্লেখ কৰে যুৱ সাঁতোৰবিদগৰাকীয়ে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.