ETV Bharat / state

আলোচনাত বহিব পৰেশ বৰুৱা ! অনুপ চেতিয়ালৈ পৰেশ বৰুৱাৰ ফোন - পৰেশ বৰুৱা

বিষয়বস্তু "সাৰ্বভৌমত্ব" হ'লে আলোচনাত বহিবলৈ আগ্ৰহী আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ৷ এই চৰ্তত যদি ভাৰত চৰকাৰ ৰাজি হয় তেন্তে প্ৰাৰম্ভিকভাৱে আলোচনাত বহিবলৈ পৰেশ বৰুৱাই এটা প্ৰতিনিধি দল পঠিয়াবলৈও সাজু ।

PARESH BARUAH'S REACTION ON PEACE AGREEMENT
আলোচনাত বহিব পৰেশ বৰুৱা ! অনুপ চেতিয়ালৈ পৰেশ বৰুৱাৰ ফোন
author img

By

Published : Jan 30, 2020, 2:54 PM IST

Updated : Jan 30, 2020, 3:22 PM IST

গুৱাহাটী, ৩০ জানুৱাৰীঃ শান্তি আলোচনাৰ বাবে আগ্ৰহী আলফা (স্বাধীন) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা । কিন্তু সেই আলোচনাৰ বিষয়বস্তু হব লাগিব " সাৰ্বভৌমত্ব " । ইতিমধ্যে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াক টেলিফোন যোগে এই কথা অৱগত কৰিছে পৰেশ বৰুৱাই । যদি এই চৰ্তত ভাৰত চৰকাৰ ৰাজি হয় তেন্তে প্ৰাৰম্ভিকভাৱে আলোচনাত বহিবলৈ পৰেশ বৰুৱাই এটা প্ৰতিনিধি দল পঠিয়াবলৈও সাজু । পৰেশ বৰুৱাৰ সৈতে টেলিফোন যোগে এই গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ পিছত বৃহস্পতিবাৰে অনুপ চেতিয়াই ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ আগত প্ৰকাশ কৰিছে এই সমস্ত কথা । শুনক কি ক'লে অনুপ চেতিয়াই ৷

Intro:গুৱাহাটী, ৩০ জানুৱাৰীঃ শান্তি আলোচনাৰ বাবে আগ্ৰহী আলফা (স্বাধীন) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা । কিন্তু সেই আলোচনাৰ বিষয়বস্তু হব লাগিব " সাৰ্বভৌমত্ব " ।Body:ইতিমধ্যে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াক টেলিফোন যোগে এই কথা অৱগত কৰিছে পৰেশ বৰুৱাই । যদি এই চৰ্তত ভাৰত চৰকাৰ ৰাজি হয় তেন্তে প্ৰাৰম্ভিকভাৱে আলোচনাত বহিবলৈ পৰেশ বৰুৱাই এটা প্ৰতিনিধি দল পঠিয়াবলৈও সাজু ।Conclusion:পৰেশ বৰুৱাৰ সৈতে টেলিফোন যোগে এই গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ পিছত বৃহস্পতিবাৰে অনুপ চেতিয়াই ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ আগত প্ৰকাশ কৰিছে এই সমস্ত কথা । চাওক এই বিশেষ প্ৰতিবেদন ।

(টেলিফোনিক বাৰ্তালাপটো WhatsApp ত পঠাইছো)
Last Updated : Jan 30, 2020, 3:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.