ETV Bharat / state

চালকসহ জব্দ হ'ল চুপাৰি ভৰ্তি ট্ৰাক - যোৰাবাট

যোৰাবাটত চালকসহ জব্দ হ'ল চুপাৰি ভৰ্তি ট্ৰাক ৷ আৰক্ষীৰ অভিযানত জব্দ হয় ট্ৰাকখন ৷ জব্দকৃত ট্ৰাকখনৰ নম্বৰ AS-11DC-2223

চালকসহ জব্দ হ'ল চুপাৰি ভৰ্তি ট্ৰাক
author img

By

Published : Aug 8, 2019, 1:13 PM IST

  • যোৰাবাটত চালকসহ জব্দ হ'ল চুপাৰি ভৰ্তি ট্ৰাক
    চালকসহ জব্দ হ'ল চুপাৰি ভৰ্তি ট্ৰাক
  • আৰক্ষীৰ অভিযানত জব্দ হয় ট্ৰাকখন
  • জব্দকৃত ট্ৰাকখনৰ নম্বৰ AS-11DC-2223
  • চুপাৰিখিনি চফিক আহমেদ নামৰ চুপাৰি মাফিয়াজনৰ বুলি জানিব পৰা গৈছে
  • শিলচৰৰ কাটিগৰাৰ পৰা বিজিনী অভিমুখে আহি থকা অৱস্থাত জব্দ কৰে ট্ৰাকখন
  • চুপাৰিখিনিৰ মূল্য প্ৰায় 18 লাখ হ'ব বুলি অনুমান কৰা হৈছে
  • অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

  • যোৰাবাটত চালকসহ জব্দ হ'ল চুপাৰি ভৰ্তি ট্ৰাক
    চালকসহ জব্দ হ'ল চুপাৰি ভৰ্তি ট্ৰাক
  • আৰক্ষীৰ অভিযানত জব্দ হয় ট্ৰাকখন
  • জব্দকৃত ট্ৰাকখনৰ নম্বৰ AS-11DC-2223
  • চুপাৰিখিনি চফিক আহমেদ নামৰ চুপাৰি মাফিয়াজনৰ বুলি জানিব পৰা গৈছে
  • শিলচৰৰ কাটিগৰাৰ পৰা বিজিনী অভিমুখে আহি থকা অৱস্থাত জব্দ কৰে ট্ৰাকখন
  • চুপাৰিখিনিৰ মূল্য প্ৰায় 18 লাখ হ'ব বুলি অনুমান কৰা হৈছে
  • অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত
Intro:যোৰাবাট আৰক্ষীয়ে নিশা জব্দ কৰে চুপাৰি ভৰ্তি ট্ৰাক,


Body:ৰাজ্যত দৈনিক অবৈধ বেহাই ঠন ধৰি উঠাৰ সময়তে বুধবাৰে নিশা যোৰাবাটত জব্দ হয় চুপাৰি ভৰ্তি AS-11DC-2223 নম্বৰৰ এখন ট্ৰাক। জানিব পৰা মতে চুপাৰি ভৰ্তি ট্ৰাকখন শিলচৰৰ কাটিগৰাৰ পৰা বিজিনী অভিমুখে আহি থকা অৱস্থাত যোৰাবাট আৰক্ষীয়ে জব্দ কৰে ট্ৰাক খন।

যোৰাবাট আৰক্ষীয়ে তালাচী চকীত ট্ৰাকচালক সহ জব্দ কৰে ট্ৰাক খন।

জানিব পৰা মতে চফিক আহমেদ নামৰ চুপাৰি মাফিয়াজনে সৰবৰাহ কৰি আছিল চুপাৰি খিনি।

যোৰাবাট আৰক্ষী সূত্ৰই জনোৱা অনুসৰি প্ৰায় 18 লাখ 90 হাজাৰ টকা মূল্যৰ চুপাৰি কঢ়িয়াই আনিছিল বিজনী অভিমুখী ট্ৰাকখন। বৰ্তমান যোৰাবাট আৰক্ষীয়ে ট্ৰাক খন জব্দ কৰি অব্যাহত ৰাখিছে তদন্ত।

দৈনিক এনেধৰণৰ ঘটনা সংঘটিত হৈ থকাত এটা কথা স্পষ্ট হৈ পৰিছে যে ৰাজ্যত বৰ্তমানেও অবৈধ চোৰাং বেহা অব্যাহত আছে। যিমানেই আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা নলওঁক তথাপিও একাংশ দুষ্ট চক্ৰই এই ব্যৱসায় অব্যাহত ৰাখিছে।Conclusion:Aarar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.