ETV Bharat / state

ওজাপালিৰ নিজস্ব এটা ঐতিহ্য আছে, ইয়াক নষ্ট নকৰিবঃ নবীন শৰ্মা

author img

By

Published : Sep 15, 2019, 2:44 PM IST

অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া অংগ ওজাপালিক বিকৃত ৰূপত পৰিৱেশন কৰা ঘটনাত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ।এনে ৰূপত পৰিৱেশন কৰা ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লোক সংস্কৃতিৰ গৱেষক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক নবীন শৰ্মাই ৷

ওজাপালিৰ নিজস্ব এটা ঐতিহ্য আছে

গুৱাহাটী, 15 ছেপ্টেম্বৰঃ আপুৰুগীয়া দৰঙী লোকসংস্কৃতি ওজাপালিৰ এক সুকীয়া পৰিচয় আছে লগতে ইয়াৰ প্ৰদৰ্শন শৈলীৰ বিশেষত্ব অনেক। কিন্তু শেহতীয়াকৈ বাক্সাত ওজাপালিক লৈ সংঘটিত এক ঘটনাই কালিমা সানিছে অসমীয়া লোক সংস্কৃতিৰ নামত ৷ বাক্সাত প্ৰদৰ্শিত বিকৃত ওজাপালিৰ ফলত এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ লোক সংস্কৃতিক আধুনিক পৰশ দিবলৈ গৈ এনে বিকৃত আকাৰত প্ৰতিফলিত কৰা কাৰ্যক সহজভাৱে লোৱা নাই লোক সংস্কৃতিৰ সাধকসকলে।এনে ৰূপত পৰিৱেশন কৰা ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লোক সংস্কৃতিৰ গৱেষক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক নবীন শৰ্মাই ৷

ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়া

Intro:ওজাপালিৰ বিকৃতকৰণ! অপূৰ্ব বেজবৰুৱাৰ বিখ্যাত গীত 'কপৌ পাহি তোৰে খোপাত' গীতটিক ওজাপালিৰ লগত একাকাৰ কৰি প্ৰদৰ্শন কৰা হয়। বাক্সাৰ এই বিকৃত ওজাপালি চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লোক সংস্কৃতিক আধুনিক পৰশ দিবলৈ গৈ এনে বিকৃত আকাৰত প্ৰতিফলিত কৰা কাৰ্যক সহজভাৱে লোৱা নাই লোক সংস্কৃতি সাধকসকলে। যিহেতু দৰঙৰ ওজাপালিৰ এক সুকীয়া পৰিচয় আছে আৰু ইয়াৰ প্ৰদৰ্শন শৈলীৰ বিশেষত্ব অনেক। ইফালে ওজাপালিৰ এই বিকৃত ভিডিঅ' সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লোক সংস্কৃতিৰ গৱেষক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক নবীন শৰ্মাই। গৱেষকগৰাকীয়ে ক'লে ওজাপালিৰ নিজস্ব এটা ঐতিহ্য আছে। ইয়াক নষ্ট নকৰিবলৈ ওজাপালিৰ দলসমূহক অনুৰোধ জনাই নবীন শৰ্মাই। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.