ETV Bharat / state

অখিল গগৈৰ বাসগৃহ,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কার্যলয়ত NIAৰ অভিযান - অখিল গগৈৰ বাসগৃহ,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কার্যলয়l NIA ৰ অভিযান

নিয়াৰ এই অভিযানত জব্দ কৰিলে নথি-পত্ৰসহ অখিল গগৈৰ লেপটপ,কাৰাগাৰৰ ডায়েৰী নামৰ অখিল গগৈয়ে লিখা কিতাপৰ এখন পাণ্ডুলিপিও ৷ অখিল গগৈৰ পত্নীৰ মন্তব্য-এয়া ৰাজনৈতিক ষড়যন্ত্ৰ ৷

অখিল গগৈৰ বাসগৃহত NIA ৰ অভিযান
অখিল গগৈৰ বাসগৃহত NIA ৰ অভিযান
author img

By

Published : Dec 26, 2019, 12:27 PM IST

গুৱাহাটী, 26 ডিচেম্বৰ: বৃহস্পতিবাৰে পুৱাই অখিল গগৈৰ বাসগৃহ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কার্যলায়ত অভিযান চলিল নিয়াৰ। অভিযানকাৰী দলটোৱে অখিল গগৈৰ নিজৰাপাৰস্থিত বাসগৃহৰ পৰা অখিল গগৈৰ লেপটপসহ বিভিন্ন নথি-পত্ৰ জব্দ কৰে। উক্ত অভিযান সন্দৰ্ভত অখিল গগৈৰ পত্নীয়ে সাংবাদিকৰ আগত অভিযানৰ সময়ত কি কি নথি-পত্ৰ জব্দ কৰে এই বিষয়ে জনায় লগতে সমগ্ৰ ঘটনা ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য কৰে। উল্লেখ্য যে আজি নিয়াৰ আদালতত হাজিৰ কৰোৱা হ'ব অখিল গগৈক। বুধবাৰে নিশাই দিল্লীৰ পৰা গুৱাহাটীলৈ অনা হৈছিল অখিল গগৈক।

অখিল গগৈৰ বাসগৃহত NIA ৰ অভিযান

লগতে পঢ়ক: কি কাৰণে শংখল চলিহাৰ বাসগৃহত CIDৰ তালাচী ?

Intro:অখিল গগৈৰ বাসগৃহ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কার্যলায়ত নিয়াৰ অভিযান। ৰাতিপুৱাৰে পৰা নিয়াৰ দলে অভিযান চলালে অখিল গগৈৰ বাসগৃহ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কার্যলায়ত।

Body:বৃহস্পতিবাৰে পুৱাৰ ভাগত কৃষক নেতা অখিল গগৈৰ বাসগৃহ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কার্যলায়ত নিয়াৰ দল উপস্থিত হৈ অভিযান চলাই। নিয়াৰ দলটোৱে অখিল গগৈৰ নিজৰাপাৰস্থিত বাসগৃহৰ পৰা অখিল গগৈৰ লেপটপসহ বিভিন্ন নথি-পত্ৰ জব্দ কৰে। নিয়াৰ অভিযানৰ পিছত অখিল গগৈৰ পত্নীয়ে সাংবাদিকৰ আগত অভিযানৰ সময়ত কি কি নথি-পত্ৰ জব্দ কৰা হয় মন্তব্য প্ৰকাশ কৰি এই সমগ্ৰ ঘটনা ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য কৰে।

বাইট : অখিল গগৈৰ পত্নী

Conclusion:উল্লেখ্য যে আজি অখিল গগৈক নিয়াৰ আদালতত হাজিৰ কৰা হ'ব। বুধবাৰে নিশা অখিল গগৈক দিল্লীৰ পৰা গুৱাহাটীলৈ আন হৈছিল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.