ETV Bharat / state

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 5, 2021, 8:57 AM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুৰ্নীতি সন্দৰ্ভত তদন্ত অব্যাহত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুৰ্নীতি সন্দৰ্ভত ৰাজ্যপালৰ তদন্ত সমিতিৰ তদন্ত অব্যাহত ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হৰিচন্দ্ৰ মহন্ত, উপ-পঞ্জীয়ক(বিত্ত) দিগন্ত বৰাক নিলম্বন ৷

চুড়ান্ত হ'ল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা

বৃহস্পতিবাৰে চুড়ান্ত হ'ল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা ৷ গুৱাহাটী মেডিকেল কলেজত ৰাইজৰ দলৰ নেতা অখিল গগৈক সাক্ষাৎ কৰি এই কথা ঘোষণা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷

বায়ু পথেৰে বহিঃজগতৰে সংযোজিত হ’ল মাজুলী

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে মুকলি কৰিলে মাজুলীত নিৰ্মিত ৰাজ্যৰ প্ৰথমটো হেলিপৰ্ট ৷ 50 লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে হেলিপৰ্টটো ৷

ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, মন্ত্ৰী নৱ দলে, মন্ত্ৰী ৰঞ্জিত দত্ত, মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহাল আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত হৈ বুজ ল’লে প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সভাৰ স্থানৰ ।

প্ৰাক্তন বিজেপি সাংসদৰ মতে অসমত হ’ব কংগ্ৰেছৰ চৰকাৰ

ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰে তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই ৷

লামডিং-ত বন মাফিয়া আৰু বনকৰ্মীৰ মাজত গুলীয়াগুলী

লামডিং সংৰক্ষিত বনাঞ্চলত বন মাফিয়া আৰু বনকৰ্মীৰ মাজত সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা । ঘটনাৰ পিচতেই গছ কটা মেচিনসহ গ্ৰেপ্তাৰ দুজন বন মাফিয়া ৷

ধুবুৰীত শিক্ষক নিযুক্তিত দুৰ্নীতিৰ অভিযোগ

কাইলৈ ৰাজ্যত পুণৰ ত্ৰিশ হাজাৰকৈ শিক্ষকক নিযুক্তি দিয়া হ’ব । কিন্তু ৰাজ্যৰ শিক্ষক নিযুক্তিত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে । এনে কিছু বিসংগতিৰ অভিযোগ উঠিছে ধুবুৰীত ।

কলগাছিয়া আৰক্ষীৰ জালত তিনি জুৱাৰী

বৰটাৰীত কলগাছিয়া আৰক্ষীৰ অভিযানত ৩ জুৱাৰী গ্ৰেপ্তাৰ। বৰটাৰীত দীৰ্ঘ দিনৰ পৰাই চলি আহিছিল জুৱা।বৃহস্পতিবাৰে জুৱাৰী তিনি গৰাকীক অসম গেম আৰু বেটিং আইনৰ অধীনত জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।

কৃষি আইনকলৈ উত্তাল লোকসভা

নতুন কৃষি আইনৰ বিৰুদ্ধে বিৰোধীৰ প্ৰতিবাদক লৈ লোকসভাত বৃহস্পতিবাৰে তৃতীয়বাৰৰ বাবে সদন স্থগিত ৰখা হয় । প্ৰথমে সন্ধিয়া ৫ বজাত তাৰ পিছত ৬ বজাত আৰু ৭ বজালৈ স্থগিত ৰখা হয় সদন ।

শতাধিক বিপিএফ কৰ্মীৰ ইউপিপিএলত যোগদান

চিৰাঙৰ মোজাবাৰীত ইউপিপিএলৰ সদস্যভৰ্তি অভিযান ৷ ৰাইজৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণৰ আশ্বাস বিটিচি প্ৰধান প্ৰমোদ বড়োৰ ৷ সভাত স্থান লাভ লাফিকুল হত্যাৰ প্ৰসংগ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.