ETV Bharat / state

অম্বুবাচীলৈ অহা ভক্তৰ মাজত পানী বিতৰণ মুছলিম সমাজৰ

ভক্তসকলৰ সুবিধাৰ্থে মুছলিম সমাজৰ বিশেষ পদক্ষেপ । কামাখ্যালৈ যোৱা পথত ভক্তসকলৰ মাজত পানী বিতৰণ গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদ আৰু মুছলিম কল্যান পৰিষদৰ ।

author img

By

Published : Jun 23, 2019, 5:22 PM IST

অম্বুবাচীলৈ অহা ভক্তৰ মাজত পানী বিতৰণ মুছলিম সমাজৰ

গুৱাহাটী, 23 জুন : মহা অম্বুবাচী মেলাৰ আজি দ্বিতীয়টো দিন । দেশী বিদেশী ভক্তৰে ভৰি পৰিছে নীলাচল পাহাৰ। ভক্তসকলৰ সুবিধাৰ্থে মুছলিম সমাজৰ বিশেষ পদক্ষেপ । কামাখ্যালৈ যোৱা পথত ভক্তসকলৰ মাজত পানী বিতৰণ মুছলিম সমাজৰ। সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদ আৰু মুছলিম কল্যান পৰিষদে ভক্তসকলৰ মাজত যোগান ধৰে বিশুদ্ধ খোৱাপানী । প্ৰতিবছৰে এই ইছলামিক সংগঠন কেইটাই অম্বুবাচীলৈ অহা ভক্তৰ মাজত যোগান ধৰে খোৱাপানী ।

ইফালে মুছলিম সংগঠন কেইটাৰ এই পদক্ষেপক শলাগ লয় অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু সমাজকৰ্মী জোনমণি দেৱী খাউণ্ডে । শংকৰ আজানৰ দেশৰ এয়া ভাতৃত্ববোধৰ চানেকি, যত হিন্দু-মুছলমান উভয়ে একত্ৰিত হৈ পালন কৰে সকলো উৎসৱ-পাৰ্ৱন। বিভেদকামী শক্তিৰ বিপৰীতে এই দৃশ্য সঁচাই শলাগ ল'বলগীয়া ।

Intro:মহা অম্বুবাচী মেলাৰ আজি দ্বিতীয়টো দিন। দেশী বিদেশী ভক্তৰে ভৰি পৰিছে নীলাচল পাহাৰ। ভক্তসকলৰ সুবিধাৰ্থে মুছলিম সমাজৰ বিশেষ পদক্ষেপ। কামাখ্যালৈ যোৱা পথত ভক্তসকলৰ মাজত পানী বিতৰণ মুছলিম সমাজৰ। সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদ আৰু মুছলিম কল্যান পৰিষদে ভক্তসকলৰ মাজত যোগান ধৰে বিশুদ্ধ খোৱাপানী। প্ৰতিবছৰে এই ইছলামিক সংগঠন কেইটাই অম্বুবাচীলৈ অহা ভক্তৰ মাজত যোগান ধৰে খোৱাপানী।

Body:ইফালে মুছলিম সংগঠন কেইটাৰ এই পদক্ষেপক শলাগ লয় অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু সমাজকৰ্মী জোনমণি দেৱী খাউণ্ডে। শংকৰ আজানৰ দেশৰ এয়া ভাতৃত্ববোধৰ চানেকি, যত হিন্দু-মুছলমান উভয়ে একত্ৰিত হৈ পালন কৰে সকলো উৎসৱ-পাৰ্বন। বিভেদকামী শক্তিৰ বিপৰীতে এই দৃশ্য সঁচাই শলাগ ল'বলগীয়া।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.