ETV Bharat / state

নিৰ্বাচনক লৈ কি আশা-প্ৰত্যাশা মহানগৰবাসীৰ

author img

By

Published : Mar 19, 2019, 11:35 PM IST

Updated : Mar 19, 2019, 11:51 PM IST

সাধাৰণ জনতাৰ পৰা ক্ষুদ্ৰ ব্যৱসায়ীলৈকে সকলো সাজু আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে

গুৱাহাটী,19মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন ৷ ইতিমধ্যেই এই নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীটো ৷ মঙলবাৰে এই বৰ্ষৰ লোকসভা নিৰ্বাচনত গুৱাহাটীৰ সাধাৰণ ৰাইজে কেনে চৰকাৰৰ বিচাৰে তাকে জানিবলৈ ই.টি.ভাৰতৰ সাংবাদিক উপস্থিত হৈছিল মহানগৰীৰ ফাঁচী বজাৰত ৷ সাংবাদিকৰ আগত কেনে চৰকাৰ বিচাৰে তাৰে বিৱৰণ দিলে ফাঁচী বজাৰবাসীয়ে.....

Intro:গুৱাহাটীৰ সাধাৰণ ৰাইজে কি বিচাৰে ৰাজনৈতিক দলসমূহৰ পৰা।

Body:দেশৰ সাধাৰণ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থাকোতে সকলোবোৰ ৰাজনৈতিক দল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰাত। শাসকীয় বিজেপিৰ লগতে প্ৰধান বিৰোধী দল কংগ্ৰেছে ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। অসমত থকা লোকসভাৰ 14 টা আসনৰ কোনে দলে কিমান দখল কৰিব ইয়কলৈ চলিছে প্ৰতিযোগিতা। সাধাৰণ ৰাইজে কি বিচাৰে ৰাজনৈতিক দলসমূহৰ পৰা।

Vox-pop:

Conclusion:বিজেপি আৰু কংগ্ৰেছৰ নিৰ্বাচনী শ্ল'গান লসমূহে সাধাৰণ জনতাক কিমান আকৰ্ষিত কৰিব ইয়াৰ উত্তৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে জানিব পৰা যাব।

Asrar Ansari
গুৱাহাটী
Last Updated : Mar 19, 2019, 11:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.