গুৱাহাটী,16 অক্টোবৰ : 2019 বৰ্ষৰ সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱা যুৱ বঁটা বিজয়ী নাম ঘোষণা ৷ এই বৰ্ষত সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱা যুৱ বঁটা প্ৰদান কৰা হ'ব উপন্যাসিক বিশ্বজ্যোতি শৰ্মাক। এই কথা ঘোষণা কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে । নীলকণ্ঠী উপন্যাস খনৰ বাবে বিশ্বজিৎ শৰ্মাই এই বঁটা পাবলৈ সক্ষম হৈছে । 17 তাৰিখ বৃহস্পতিবাৰে ৰাধা গোবিন্দ বৰুৱা যুৱ বঁটা প্ৰদানৰ উপৰিও যিসকল ব্যক্তিয়ে অথবা সংস্থাই অসমীয়া ভাষা সংস্কৃতিৰ হকে কাম কৰি আছে সেই ব্যক্তি সকলক ৰঞ্জিত বৰপূজাৰী বঁটা দিয়াৰ কথা ঘোষণা কৰিছিল সাহিত্য সভাই আৰু 2019 বৰ্ষৰ ৰঞ্জিত বৰপূজাৰী বঁটা পাবলৈ সক্ষম হৈছে অইল ইণ্ডিয়াই। ৰাধা গোবিন্দ বৰুৱা কক্ষত বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয়ৰ সহযোগত এই প্ৰদান কৰিব সাহিত্য সভাই। এই কথা সদৰী কৰিলে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে ।
2019 বৰ্ষৰ সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱা যুৱ বঁটা ঘোষণা - 2019 বৰ্ষৰ সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱা যুৱ বঁটা ঘোষণা
2019 বৰ্ষৰ সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱা যুৱ বঁটা উপন্যাসিক বিশ্বজ্যোতি শৰ্মাক প্ৰদান কৰা কথা ঘোষণা অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ

গুৱাহাটী,16 অক্টোবৰ : 2019 বৰ্ষৰ সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱা যুৱ বঁটা বিজয়ী নাম ঘোষণা ৷ এই বৰ্ষত সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱা যুৱ বঁটা প্ৰদান কৰা হ'ব উপন্যাসিক বিশ্বজ্যোতি শৰ্মাক। এই কথা ঘোষণা কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে । নীলকণ্ঠী উপন্যাস খনৰ বাবে বিশ্বজিৎ শৰ্মাই এই বঁটা পাবলৈ সক্ষম হৈছে । 17 তাৰিখ বৃহস্পতিবাৰে ৰাধা গোবিন্দ বৰুৱা যুৱ বঁটা প্ৰদানৰ উপৰিও যিসকল ব্যক্তিয়ে অথবা সংস্থাই অসমীয়া ভাষা সংস্কৃতিৰ হকে কাম কৰি আছে সেই ব্যক্তি সকলক ৰঞ্জিত বৰপূজাৰী বঁটা দিয়াৰ কথা ঘোষণা কৰিছিল সাহিত্য সভাই আৰু 2019 বৰ্ষৰ ৰঞ্জিত বৰপূজাৰী বঁটা পাবলৈ সক্ষম হৈছে অইল ইণ্ডিয়াই। ৰাধা গোবিন্দ বৰুৱা কক্ষত বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয়ৰ সহযোগত এই প্ৰদান কৰিব সাহিত্য সভাই। এই কথা সদৰী কৰিলে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে ।
Body:17 তাৰিখ বৃহস্পতিবাৰে ৰাধা গোবিন্দ বৰুৱা যুৱ বঁটা প্ৰদানৰ উপৰিও যিসকল ব্যক্তিয়ে অথবা সংস্থাই অসমীয়া ভাষা সংস্কৃতিৰ হকে কাম কৰি আছে সেই ব্যক্তি সকলক ৰঞ্জিত বৰপূজাৰী বঁটা দিয়াৰ কথা ঘোষণা কৰিছিল সাহিত্য সভাই আৰু 2019 বৰ্ষৰ ৰঞ্জিত বৰপূজাৰী বঁটা পাবলৈ সক্ষম হৈছে অইল ইণ্ডিয়াই।
Bite:- পৰমানন্দ ৰাজবংশী।
Conclusion:ৰাধা গোবিন্দ বৰুৱা কক্ষত 17 তাৰিখ বৃহস্পতিবাৰে দুয়োটাই বঁটা কটন বিশ্ববিদ্যালয়ৰ সহযোগত প্ৰদান কৰিব সাহিত্য সভাই। এই কথা সদৰী কৰিলে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে।