ETV Bharat / state

৬ ফেব্ৰুৱাৰীৰ বাজেটক লৈ আশাবাদী ৰাজ্যৰ আইন শিক্ষাৰ্থীসকল

author img

By

Published : Mar 6, 2020, 5:11 AM IST

৬ ফেব্ৰুৱাৰীত ৰাজ্যৰ বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদনত উত্থাপন কৰিব ৰাজ্যৰ বাজেট ৷ বিত্তমন্ত্ৰীয়ে শুকুৰবাৰে সদনত উত্থাপন কৰিবলগীয়া বাজেটখনক লৈ এইবাৰ বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা গৈছে আইনৰ শিক্ষাৰ্থী সকলে ৷

law students are hopeful about the budget
৬ ফেব্ৰুৱাৰীৰ বাজেটক লৈ আশাবাদী ৰাজ্যৰ আইন শিক্ষাৰ্থীসকল

গুৱাহাটী,5 মাৰ্চঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম চৰকাৰৰ বাজেট অধিৱেশন ৷ ৬ ফেব্ৰুৱাৰীত ৰাজ্যৰ বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদনত উত্থাপন কৰিব ৰাজ্যৰ বাজেট ৷ উক্ত বাজেটখনক লৈ আশাবাদী ৰাজ্যবাসীৰ লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক সকল । বিত্তমন্ত্ৰীয়ে শুকুৰবাৰে সদনত উত্থাপন কৰিবলগীয়া বাজেটখনক লৈ এইবাৰ বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা গৈছে ৰাজ্য়ৰ আইনৰ শিক্ষাৰ্থী সকলে ৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে ৰাজ্যত ১০খন নতুন আইন মহাবিদ্যালয় স্থাপনৰ ঘোষণাৰ পিছত অপ্ৰাদেশীকৃত আইন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলে তেওঁলোকে অধ্যয়ন কৰা আইন মহাবিদ্যালয় সমূহক লৈ চৰকাৰে কি সিদ্ধান্ত লয় ইয়াৰ প্ৰতি আগ্ৰহী হৈ পৰিছে ৷ বিভিন্ন আইন মহাবিদ্যালয়ৰ শিক্ষার্থী সকলৰ চৰকাকলৈ আহ্বান চৰকাৰে প্ৰথমে ৰাজ্যৰ ১৮খন অপ্ৰাদেশিক আইন মহাবিদ্যালয়ক প্ৰদেশীকৰণৰ ব্যৱস্থা কৰক ৷ শুকুৰবাৰে বিত্তমন্ত্ৰীৰ বাজেট দাখিল কৰাৰ পিছতহে জানিব পৰা যাব নতুন বাজেটে এই আইন মহাবিদ্যালয়লৈ আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হ’ব নে নাই ৷

লগতে পঢ়ক-20 মাৰ্চৰ পুৱা 5.30 বজাঃ নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচিৰ বাবে নতুন সময় ঘোষণা আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.