ETV Bharat / state

অসমীয়াক সুৰক্ষা দিয়াৰ দাবী আমছুৰ !

author img

By

Published : Sep 13, 2019, 9:32 PM IST

অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ক অনুৰোধ আমছুৰ ৷

অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী হওকঃ অসম সংখ্যাগৰিষ্ঠ ছাত্ৰ সন্থা

নেশ্বনেল ডেস্কঃ অসম চুক্তিৰ 6 দফা কাৰ্যকৰী কৰাৰ বাবে এক উচ্চস্তৰীয় সমিতি গঠন কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ক অনুৰোধ জনায় আমছুৱে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে এক উচ্চস্তৰীয় কমিটি গঠন কৰাৰ পাচতেই বৃহস্পতিবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰসন্থা(আমছু) য়ে অভিযোগ উত্থাপন কৰে যে, এই কমিটিখনে অসমীয়া লোকক ভুলকৈ উপস্থাপন কৰিছে ৷

এই সন্দৰ্ভত আমছুৰ উপদেষ্টা অজিজুৰ ৰহমানে গৃহ সচিব অজয় কুমাৰ ভল্লাক দিয়া পত্ৰত উল্লেখ কৰে যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত ছাত্ৰ সংগঠনটোৱে সম্পূৰ্ণ সহযোগিতা কৰিছে ৷ এতিয়া অসম চুক্তিৰ 6 দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো আমছুৱে পূৰ্ণ সহযোগিতা আগবঢ়াব ৷ অৱশ্যে কেন্দ্ৰীয় কমিটিখনে অসমীয়া খিলঞ্জীয়াক স্বদেশী আদিবাসী, স্বদেশী অসমীয়া আদি শব্দৰে ভুলকৈ উপস্থাপন কৰিছে বুলি উল্লেখ কৰে ৰহমানে ৷ সেয়ে ছাত্ৰ সংগঠনটোৱে গৃহ সচিবগৰাকীক এক চুক্তি নিৰ্ধাৰণৰ জৰিয়তে অসমীয়া লোকসকলক ৰক্ষাবেক্ষণ দিবৰ বাবে অনুৰোধ জনাই ৷ অসম চুক্তিৰ 6 নং দফাই অসমীয়া খিলঞ্জীয়া ভূমি পূত্ৰক ভূমি, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ প্ৰধান কৰে ৷

অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী হওকঃ অসম সংখ্যাগৰিষ্ঠ ছাত্ৰ সন্থা

এই সন্দৰ্ভত গৃহমন্ত্ৰণালয়ে 15 জুলাইত অসম দফাৰ 6 নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসমৰ লেখক, ছাত্ৰ-নেতা, চৰকাৰী প্ৰতিনিধিক লগত লৈ এক উচ্চস্তৰীয় কমিটি গঠন কৰিছিল ৷ পোন প্ৰথমবাৰৰ 1985 চনত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সংগঠন চমুকৈ আছুৰ মাজত চুক্তি স্বাক্ষৰ হৈছিল অসম চুক্তিৰ ৷

Intro:New Delhi: Days after the Union Home Ministry has setup a high level committee to look into the procedures to implement Clause 6 of Assam Accord, All Assam Minority Students Union (AAMSU) on Thursday has accused the committe of deviating by substituting the word 'Assamese people' by some other words.

Body:In a letter submitted to the Home Secretary Ajay Kumar Bhalla, AAMSU advisor Azizur Rahman said that the student body has cooperated for NRC updating process in the state and now " it is ready to cooperate in the implementation ration of the Clause 6 of the Assam Accord."

"However, it is observed that while issuing public notice for views,, comments, suggestions in implementation of Clause 6 of the Assam Accord, the high level committee has deviated from Clause 6 of the Assam Accord by substituting the word Assamese people by some other words like indeginious people of Assam, indigenous tribal, indigenous Assamese...," said Rahman.

The student body has appealed Bhalla to make an arrangement on priority to define the 'Assamese people' who are eligible for safeguard instead of making any deviation of the Accord.

The Clause 6 of the Assam Accord gives land, economic and political rights to the indeginous people of the state.

Conclusion:On July 15, the Home Ministry has set up a high level committee comprising intellectuals, leaders from student body of Assam, writers, Government representatives to work for the implementation of the Clause 6 of Assam Accord.

The historic Accord was signed in 1985 between Government of India, Assam governmnet and All Assam Students Union (AASU) to bring an end to the years long anti-foreigners movement.

end.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.