ETV Bharat / state

এটা যদি বাঢ়িছে আনটো আকৌ কমিছে !

দেওবাৰে পেট্ৰ'লৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পালে ডিজেলৰ মূল্য

author img

By

Published : Apr 21, 2019, 10:34 AM IST

পেট্ৰ'লৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পালে ডিজেলৰ মূল্য

গুৱাহাটী,২১ এপ্ৰিলঃ দেওবাৰে পুনৰ বৃদ্ধি পালে ডিজেলৰ মূল্য আৰু তাৰ সমান্তৰালভাৱে হ্ৰাস পালে পেট্ৰ'লৰ মূল্য। পেট্ৰ'লত ০৫ পইচা হ্ৰাস পোৱাৰ বিপৰীতে ডিজেলত বৃদ্ধি পালে ০৭ পইচাকৈ।

পেট্ৰ'লৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পালে ডিজেলৰ মূল্য

দেওবাৰে গুৱাহাটী মহানগৰত পেট্ৰ'ল ৭২.৪৮ টকা আৰু ডিজেলৰ মূল্য ৬৬.৯০ টকা।

Intro:আজি পেট্ৰলৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে ডিজেলৰ
মূল্য বৃদ্ধি পালে।

Body:আজি পেট্ৰলৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে ডিজেলৰ
মূল্য বৃদ্ধি পালে। আজি পেট্ৰলত ০৫ পইছাকৈ হ্ৰাস পালে আৰু ডিজেলত ০৭ পইছাকৈ বৃদ্ধি পালে। আজি গুৱাহাটীৰ মহানগৰীত পেট্ৰল ৭২.৪৮ (72.48) টকা আৰু ডিজেলৰ মূল্য ৬৬.৯০ (66.90) টকা।

Byte

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.