ETV Bharat / state

ৰাজ্যত পবিত্র গণেশ চতুৰ্থী উদযাপন - আজ্ঞাঠুৰী গণেশ মন্দিৰ

সোমবাৰে সমগ্ৰ দেশৰ লগতে অসমতো উলহ মালহেৰে উদযাপনৰ কৰা হয় পবিত্র গণেশ চতুৰ্থী ৷

পবিত্র গণেশ চতুৰ্থী উদযাপন
author img

By

Published : Sep 3, 2019, 9:48 AM IST

নিউজ ডেক্স, 3 ছেপ্তেম্বৰঃ সোমবাৰে সমগ্ৰ দেশৰ লগতে অসমতো উলহ মালহেৰে উদযাপনৰ কৰা হয় পবিত্র গণেশ চতুৰ্থী ৷ সেই উপলক্ষে কামৰূপ জিলাৰ আজ্ঞাঠুৰীৰ ঐতিহাসিক গণেশ মন্দিৰত পুৱাৰ পৰাই অগণন ভক্তৰ ভীৰ পৰিলক্ষিত হয় ৷ বৰপেটাতো বহৰিৰ হৰিদেৱ চ'ছাইটীৰ উদ্যোগত তিনিদিনীয়াকৈ অয়োজন কৰা হয় গণেশ পূজা ৷

পবিত্র গণেশ চতুৰ্থী পূজা উদযাপন

ইয়াৰোপৰি মহানগৰীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যাৰ লগতে বাক্সাতো অনুষ্ঠিত কৰা হয় গণেশ পূজা ৷ আনহাতে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামচাইৰ দুইমাইলতো উলহ মালহেৰে উদযাপন কৰা হয় গণেশ পূজা ৷

Intro:আজি গণেশ চতুৰ্থী।সমগ্র দেশতে উলহ মালহেৰে উদযাপনৰ কৰা হৈছে পবিত্র গণেশ চতুৰ্থী পূজা অৰ্চনা।

Body:গণেশ চতুৰ্থী।সমগ্র দেশতে উলহ মালহেৰে উদযাপনৰ কৰা হৈছে পবিত্র গণেশ চতুৰ্থী পূজা অৰ্চনা।সমান্তৰাল ভাৱে ৰাজ্যতো পালন কৰা হৈছে গণেশ চতুৰ্থী।পুৱাৰ পৰা ৰাজ্যৰ গণেশ মন্দিৰ সমূহত দেখা পোৱা গল লানি নিচিগা ভিৰ।

Conclusion:এই দৃশ্য কামৰূপ জিলাৰ আজ্ঞাঠুৰীৰ ঐতিহাসিক গণেশ মন্দিৰৰ।ৰাতিপুৱা পৰা অগণন ভক্তৰ ভিৰ এই গণেশ মন্দিৰত কামৰূপ জিলাৰ বিভিন্ন স্থানৰ পৰা আহে ভক্ত সকলে।নিজৰ লগতে ৰাইজৰ মঙ্গল কামনাৰ্থে এই মন্দিৰত দেখিবলৈ পোৱা গল বহু সংখ্যক ভক্তৰ সমাগম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.