ETV Bharat / state

চাকৰি দিয়াৰ নামত প্ৰলোভনেৰে ধন লোৱাৰ অভিযোগত আটক আৰ্জু নাৰ্জাৰী

author img

By

Published : Feb 11, 2020, 10:35 AM IST

আছাম ৰেজিমেন্টত চাকৰি দিয়াৰ নামত প্ৰলোভন দি, ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰ্জু নাৰ্জাৰী নামৰ এগৰাকী লোকক কেইগৰাকীমান যুৱকে কৰায়ত্ব কৰি জালুকবাৰী আৰক্ষীক চমজাই দিয়াৰ লগতে এখন এজাহাৰ দাখিল কৰিছে ৷

আটক আৰ্জু নাৰ্জাৰী
আটক আৰ্জু নাৰ্জাৰী

জালুকবাৰী, 11 ফেব্ৰুৱাৰীঃ চাকৰি দিয়াৰ নামত ধন অভিযোগত আৰ্জু নাৰ্জাৰী নামৰ এগৰাকী লোকক আটক কৰে জলুকবাৰী আৰক্ষীয়ে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যুৱকৰ পৰা আছাম ৰেজিমেন্টত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে ৷ সোমবাৰে ছিপাঝাৰ আৰু বিজনীৰ আঠগৰাকী ভুক্তভোগী যুৱকে মালিগাঁৱত, অভিযুক্ত ব্যক্তিগৰাকীক কৰায়ত্ব কৰি জালুকবাৰী আৰক্ষীক চমজাই দিয়ে ৷

চাকৰি দিয়াৰ নামত প্ৰলোভনেৰে ধন লোৱাৰ অভিযোগত আটক আৰ্জু নাৰ্জাৰী

যুৱক কেইজনৰ অভিযোগ অনুসৰি, লোকজনে চাকৰি দিয়াৰ বাবদ প্ৰতিগৰাকী যুৱকৰ পৰা ৩০ হাজাৰৰ পৰা ১ লাখ পৰ্যন্ত ধন লৈ পলাই ফুৰিছিল ৷ সোমবাৰে কোনো গোপন সূত্ৰৰ পৰা অভিযুক্ত লোকজন মালিগাঁৱত থকাৰ খবৰ পাই আৰু তাত উপস্থিত হৈ লোকজনক কৰায়ত্ব কৰে ৷ ভুক্তভোগী যুৱক কেইজনে ইতিমধ্যে জালুকবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷ উক্ত এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে ব্যক্তিজনৰ বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক ঃ আৰক্ষীৰ তালাচীত তিতাবৰ আৰু বোকাজানত জব্দ গঁড়ৰ খৰ্গ

Intro:জালুকবাৰী আৰক্ষীৰ জালত এটা ঠগ প্ৰৱঞ্চক। চাকৰি দিয়াৰ নামত ধন লৈ আটক আৰ্জু নাৰ্জাৰী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱকৰ পৰা আছাম ৰেজিমেন্টত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে। সোমবাৰে ছিপাঝাৰ আৰু বিজনীৰ আঠ ভুক্তভোগী যুৱকে মালিগাঁৱত ধুৰন্ধৰ আৰ্জু কৰায়ত্ব কৰি গটাই দিয়ে জালুকবাৰী আৰক্ষীক। যুৱককেইজনৰ অভিযোগ অনুসৰি প্ৰতিজনৰ পৰা চাকৰি দিয়াৰ ৩০ হাজাৰৰ পৰা ১লাখকৈ টকা লৈ অন্তৰ্ধান হৈছিল লোকজন। সোমবাৰে লোকজন মালিগাঁৱত থকাৰ খবৰ লাভ কৰি যুৱককেইজনে কৰায়ত্ব কৰে আৰ্জু নাৰ্জাৰীক। ইফালে ভুক্তভোগী কেইগৰাকীয়ে ইতিমধ্যেই জালুকবাৰী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া।
Byte- ভুক্তভোগী

Video RTU format Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.