ETV Bharat / state

ফেচবুক প্ৰেম; মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ বিবাহিত মহিলা

ফেচবুকত প্ৰেম কৰি মানৱ সৰবৰাহকাৰীৰ কৱলত পলাশবৰীৰ বিবাহিত মহিলা ৷ স্বামীৰ এজাহাৰৰ ভিত্তিত গুজৰাটৰ পৰা সৰবৰাহকাৰীটোক আটক কৰাৰ লগতে মহিলাগৰাকীক উদ্ধাৰ কৰে পলাশবাৰী আৰক্ষীয়ে ৷

Facebook love kidneep
author img

By

Published : Sep 20, 2019, 7:35 PM IST

গুৱাহাটী, 20 চেপ্তেম্বৰ, ঘটনা অনুসৰি উত্তৰ-প্ৰদেশৰ মহেশ কুমাৰ আৰু দক্ষিণ কামৰূপৰ কুলশীৰ এগৰাকী মহিলাৰ মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয় ফেচবুকৰ জড়িয়তে । ফেচবুকতেই ইটো-সিটো মেচেজ কৰি প্ৰথমে বন্ধুত্বৰ পৰা আৰম্ভ হোৱা সম্পৰ্ক হৈ পৰিল প্ৰেমৰ সম্পৰ্ক । সময় বাগৰৰ লগতে লগে সম্পৰ্ক গাঢ় হৈ, ইজনৰ এৰি থাকিবই লোৱাৰ হ'ল আনজন । সম্পৰ্কৰ গভীৰতাই ইমান পালেগৈ যে, সুদুৰ উত্তৰ-প্ৰদেশৰ পৰা আহি প্ৰেমিকা বিবাহিত মহিলা গৰাকীক পলুৱাই লৈ গ'ল যুৱকজনে ৷

Facebook love kidneep

ইপিনে ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে পলাশবাৰী আৰক্ষী চকীত সমগ্ৰ ঘটনাক প্ৰেমৰ অভিনয়ৰে কৰা অপহৰণকাণ্ড হিচাপে গোচৰ ৰুজু কৰে । পৰৱৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানতো যুৱকজন নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত থকাৰ কথা সত্য বুলি প্ৰামাণিত হয়৷ পলাশবাৰী আৰক্ষীয়ে 19/407 নম্বৰত গোচৰ ৰুজু কৰি মোবাইল ট্ৰেক কৰি গুজৰাটৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰে মহিলাগৰাকীক৷ বৰ্তমান দুয়োকে পলাশবাৰী আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে ।

Intro:সকলোকে এতিয়া প্ৰয়োজন হয় এটি এণ্ড্ৰইদ' মোবাইকৰ । এণ্ড্ৰইড মোবাইল থকাৰ পিছতো ফেচবুক নোখোলাকৈ জানো থাকিব পাৰি । ফেচবুক প্ৰেম কৰি আৰক্ষীৰ জালত যুৱক !
Body:Vo..মোবাইলটোৱে কিমান কি কৰিব পাৰে ! সকলোকে এতিয়া প্ৰয়োজন হয় এটি এণ্ড্ৰইদ' মোবাইকৰ । এণ্ড্ৰইড মোবাইল থকাৰ পিছতো ফেচবুক নোখোলাকৈ যানো থাকিব পাৰি । মোবাইলটো অনাৰ পিছতে খুলা যায় ফেচবুকটো কিন্তু বৰ্তমান প্ৰায় দেখা যায় মোবাইল প্ৰেম ! হয়,পুনৰ মোবাইল প্ৰেম কৰি আৰক্ষীৰ জালত পৰিল এজন । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনিব লগীয়া গুজৰাটৰ পৰা । ঘটনা অনুসৰি উত্তৰ-প্ৰদেশৰ মহেশ কুমাৰ আৰু দক্ষিণ কামৰূপৰ কুলশীৰ এগৰাকীৰ মাজত প্ৰেম আৰম্ভ হ'ল ফেচবুকৰ জড়িয়তে । প্ৰথমে বন্ধুত্ব প্ৰেৰণ তাৰপিছত বাৰ্তাপ্ৰেৰণ দৈনিক বাৰ্তাপ্ৰেৰণ কৰি কৰি দুয়োৰে মাজত আৰম্ভ হ'ল প্ৰেমৰ । পিছ ৰ'ব দুয়োজন কোনো যুৱক-যুৱতী নহয় এগৰাকী বিবাহিত মহিলাৰ লগত হে প্ৰেম হ'ল উত্তৰ-প্ৰদেশৰ যুৱকজনৰ মাজত । ইজনে সিজন নোহোৱাকৈ থাকিবই নোৱাৰে । দুয়োজনৰে মাজত গভীৰ প্ৰেম হোৱাৰ পিছতেই সুদুৰ উত্তৰ-প্ৰদেশৰ পৰা আহিল প্ৰেমিক পলুৱাই লৈ গ'ল প্ৰেমিকাক কিন্তু কি কৰিব প্ৰেমিকা আছিল বিবাহিত । এই ঘটনা সংঘটিত হ'ল দক্ষিণ কামৰূপৰ কুলশীত । পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কুলশীৰ পৰা পলুৱাই লৈ গ'ল প্ৰেমিকাক ।
কিন্তু তেখেতৰ প্ৰেমিকা ইতিমধ্যে কাৰোবাৰ পত্নী আছিল । স্বামীৰ অভিযোগ কিবা কথাৰে ফুচুলাই প্ৰেমৰ জালত পেলাইছে তেখেতৰ পত্নীক এয়া প্ৰেম নহয় অপহৰণ হে সেয়ে পলাশবাৰী আৰক্ষী থানাত গোচৰ তৰিলে স্বামীয়ে । সত্য হ'ল স্বামীৰ গোচৰ কিয়ণো যুৱকজন আছিল এটি মানৱ সৰবৰাহকাৰী হে । সেয়ে 19/407ত ৰুজু হ'ল গোচৰ আৰক্ষীয়ে অনুসন্ধান কৰি মোবাইলৰ স্থিতি পালে গুজৰাটত সেয়ে পলাশবাৰী আৰক্ষীয়ে গুজাৰাট আৰক্ষীৰ সহযোগত গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰি আনিলে যুৱকজনক । উদ্বাৰ কৰিলে মহিলাগৰাকীকো বৰ্তমান দুয়োকে পলাশবাৰী আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে । Conclusion:যুৱকজনে পুৰ্বতেও বহুতো যুৱতী তথা মহিলাক প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত বিক্ৰি কৰে ।

Bite..OC Palashbari

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.