ETV Bharat / state

পবিতৰা অভয়াৰণ্যত সংৰক্ষণ বিলুপ্তপ্ৰায় 57 টা কাছ

বিলুপ্তপ্ৰায় 57 টা কাছক পবিতৰা অভয়াৰণ্যত সংৰক্ষণ কৰিব মন্দিৰ কৰ্তৃপক্ষই ৷ অসম ৰাজ্যিক চিৰিয়াখানাৰ সহযোগত হাজোৰ মাধৱ মন্দিৰ কৰ্তৃপক্ষৰ প্ৰচেষ্টাত সংৰক্ষণ কৰা হ'ব কাছ কেইটা

পবিতৰা অভয়াৰণ্যত সংৰক্ষণ বিলুপ্তপ্ৰায় 57 টা কাছ
author img

By

Published : Aug 21, 2019, 4:21 PM IST

গুৱাহাটী, 21 আগষ্টঃ বিলুপ্তপ্ৰায় কাছক সংৰক্ষণৰ বাবে এক নতুন পদক্ষেপ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কৰ্তৃপক্ষৰ ৷ বিলুপ্তপ্ৰায় 57 টা কাছক পবিতৰা অভয়াৰণ্যত সংৰক্ষণ কৰিব মন্দিৰ কৰ্তৃপক্ষই ৷ অসম ৰাজ্যিক চিৰিয়াখানাৰ সহযোগত হাজোৰ মাধৱ মন্দিৰ কৰ্তৃপক্ষৰ প্ৰচেষ্টাত সংৰক্ষণ কৰা হ'ব কাছ কেইটা ৷ সংৰক্ষিত মুঠ 57টা কাছৰ ভিতৰত বৰমুৰীয়া কাছ 30টা, বৰ কাছ 20টা আৰু গংগা কাছ 7টা বুলি জানিবলৈ দিয়ে চিৰিয়াখানাৰ DFO তেজস্ব মৰিস্বামীয়ে ।

বিলুপ্তপ্ৰায় 57 টা কাছ

এই বিলুপ্তপ্ৰায় কাছকেইটাক একমাত্ৰ হাজোৰ মাধৱ মন্দিৰ কৰ্তৃপক্ষৰ প্ৰচেষ্টাৰ বাবে অহা 2 ছেপ্টেম্বৰত পবিতৰা অভয়াৰণ্যত সংৰক্ষণৰ বাবে এৰি দিয়া হ'ব । লগতে মন্দিৰ কৰ্তৃপক্ষৰ এই প্ৰশংসনীয় প্ৰচেষ্টাক তেওঁ শলাগ লয় কয় যে, পূৰ্বতে ৰাজ্যৰ বনাঞ্চলত এনে দুষ্প্ৰাপ্য কাছ পোৱা গৈছিল যদিও বৰ্তমান ই বিলুপ্তিৰ পথত । গংগা কাছ সম্পূৰ্ণ বিলুপ্ত । এই পদক্ষেপেৰে অনাগত দিনত বিলুপ্তপ্ৰায় কাছৰ সংখ্যা বৃদ্ধি হ'ব আশা প্ৰকাশ মন্দিৰ কৰ্তৃপক্ষৰ ৷

Intro:বিলুপ্তপ্ৰায় কাছক সংৰক্ষণৰ বাবে এক নতুন পদক্ষেপ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কৰ্তৃপক্ষৰ

Body:বিলুপ্তপ্ৰায় কাছক সংৰক্ষণ কৰিবলৈ এক নতুন প্ৰচেষ্টা হাতত লৈছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কৰ্তৃপক্ষই। অসম ৰাজ্যিক চিৰিয়াখানাই হাজোৰ মাধৱ মন্দিৰ কৰ্তৃপক্ষৰ প্ৰচেষ্টাত 57টা বিলুপ্তপ্ৰায় কাছক পবিতৰা অভয়াৰণ্যত সংৰক্ষণ কৰাৰ ব্যৱস্থা হাতত লৈছে। ইয়াৰে 57টা কাছৰ বৰমুৰীয়া কাছ 30টা, বৰ কাছ 20টা আৰু গঙ্গা কাছ 7টা।

এই সম্পৰ্কে চিৰিয়াখানাৰ DFO তেজস্ব মৰিস্বামীয়ে কয় যে বৰ্তমান বিলুপ্তিৰ পথত কাছ। এই বিলুপ্তপ্ৰায় কাছক একমাত্ৰ হাজোৰ মাধৱ মন্দিৰ কৰ্তৃপক্ষৰ প্ৰচেষ্টাৰ বাবে অহা 2 ছেপ্টেম্বৰত পবিতৰা অভয়াৰণ্যত সংৰক্ষণৰ বাবে এৰি দিয়া হ'ব। লগতে মন্দিৰ কৰ্তৃপক্ষৰ এই প্ৰশংসনীয় প্ৰচেষ্টাক তেওঁ শলাগ লয় কয় যে পূৰ্বতে ৰাজ্যৰ বনাঞ্চলত এনে দুষ্প্ৰাপ্য কাছ পোৱা গৈছিল যদিও বৰ্তমান ই বিলুপ্তিৰ পথত। গঙ্গা কাছ সম্পূৰ্ণ বিলুপ্ত। অনাগত দিনত বিলুপ্তপ্ৰায় কাছৰ সংখ্যা বৃদ্ধি হ'ব আৰু এই দুষ্প্ৰাপ্য জীৱক ৰাজ্যবাসীয়ে এটা কাছ প্ৰজাতি বুলি জানিব পাৰিব।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.