গুৱাহাটী, 31 মে': জালুকবাৰী কাটিয়া দলঙত ড্ৰাগছ সহ যুৱক আটক । বাবুল আলী নামৰ ড্ৰাগছ ব্যৱসায়ী জনক আটক স্থানীয় লোকৰ । যুৱকজনক আটক কৰি উত্তম মধ্যম সোধাই স্থানীয় লোকে । ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে আটক কৰে যুৱকজনক ৷ আনহাতে পলাই যাবলৈ সক্ষম হয় আন তিনিজন যুৱক । পাচত ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ নিজৰ জিম্মাত লয় ড্ৰাগছ ব্যৱসায়ী জনক ৷
জালুকবাৰীত ড্ৰাগছসহ আটক 1 - etv bharat assam
বাবুল আলী নামৰ ড্ৰাগছ ব্যৱসায়ী জনক আটক স্থানীয় লোকৰ
জালুকবাৰীত ড্ৰাগছসহ আটক 1
গুৱাহাটী, 31 মে': জালুকবাৰী কাটিয়া দলঙত ড্ৰাগছ সহ যুৱক আটক । বাবুল আলী নামৰ ড্ৰাগছ ব্যৱসায়ী জনক আটক স্থানীয় লোকৰ । যুৱকজনক আটক কৰি উত্তম মধ্যম সোধাই স্থানীয় লোকে । ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে আটক কৰে যুৱকজনক ৷ আনহাতে পলাই যাবলৈ সক্ষম হয় আন তিনিজন যুৱক । পাচত ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ নিজৰ জিম্মাত লয় ড্ৰাগছ ব্যৱসায়ী জনক ৷
Intro:জালুকবাৰী কাটিয়া দলংত ড্ৰাগছ সহ যুৱক আটক।
বাবুল আলি নামৰ ড্ৰাগছ ব্যৱসায়ী জনক আটক স্থানীয় লোকৰ।
আটক কৰি বান্ধি উত্তম মাধ্যম স্থানীয় লোকৰ।
ড্ৰাগছ বিক্ৰী কৰি থাকোতে আটক কৰে এজনক পলাই যাবলৈ সক্ষম হয় আৰু তিনি যুবক।
পিছত ঘটনা স্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ নিজৰ জিম্মাত লয় ড্ৰাগছ ব্যৱসায়ী জনকBody:Hirul Haque Conclusion:Guwahati