ETV Bharat / state

আজিৰ দিনটোৰ ৰাশিফল - দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Oct 7, 2021, 12:02 AM IST

Updated : Oct 7, 2021, 8:09 AM IST

মেঘ ৰাশি : দিনটো শুভ ৷ শুভবাৰ্তা লাভ কৰিব পাৰে ৷ লক্ষ্যত প্ৰায় সফল ৷ বহুতো ব্যক্তি সৈতে সংযোগ স্থাপন হʼব ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷

বৃষ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ শিক্ষাৰ্থী সকলৰ বাবেও কিছু কষ্টকৰ দিন হ’ব ৷ মানসিক অশান্তি হ’ব পাৰে ৷ পেট সমস্যাত ভুগিব পাৰে ৷ জীৱন সংগীৰ পৰা ভাল খবৰ লাভ কৰিব ৷

মিথুন ৰাশি : দিনটো শুভ ৷ কঠিন কাম সহজে কৰিব পাৰিব ৷ নিজৰ ওপৰত ভৰষা ৰাখক ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ কৰ্মত সফল ৷ কৰ্ম জীৱনত পদোন্নতি হোৱাৰ সম্ভাৱনা ৷ কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ কিছু খেলিমেলি হʼব পাৰে ৷

সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ আত্মীয়ৰ সৈতে তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ অধিক তৰ্ক-বিতৰ্ক নকৰিব ৷ খৰচ সাৱধানে কৰিব ৷

কন্যা ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে, লক্ষ্য সফল হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ ভাগ্য ভাল ৷ প্ৰশংসা লাভ ৷

তুলা ৰাশি : দিনটো শুভ ৷ যদিও সাৱধানতা অৱলম্বন কৰক ৷ কৰ্ম-ব্যৱসায়ত সতৰ্কতা বজাই ৰাখক ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷

বৃশ্চিক ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লওক ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷

ধনু ৰাশি : কাৰ্য কৰিবলৈ ভাগৰি পৰিব ৷ অৱশ্যে কঠোৰ কাৰ্য সহজতে কৰিব পাৰিব, সফল হ’ব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

মকৰ ৰাশি : দিনটো শুভ, লক্ষ্যত সফল ৷ কৰ্ম জীৱনত পদোন্নতি লাভ ৷ প্ৰশংসা লাভ ৷ কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷ প্ৰেমত শুভ ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ মন পচন্দৰ কার্য কৰক ৷ আনন্দিত হ’ব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ কাকো প্ৰবঞ্চনা নকৰিব ৷

মীন ৰাশি : দিনটো শুভ ৷ প্ৰেমত শুভ ৷ নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ ৷ পত্নীক সুন্দৰ উপহাৰ দিব পাৰে ৷ দাম্পত্য জীৱন সুখৰ ৷

Last Updated : Oct 7, 2021, 8:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.