ETV Bharat / state

শ্বিলঙত সান্ধ্য আইন : কৰ্তন কৰা হ’ল ম’বাইল ইন্টাৰনেট সেৱা - shillong

অসমবাসীক আগন্তুক কিছু দিনলৈ শ্বিলং ভ্ৰমণ নকৰিবলৈ আহ্বান আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে ৷ কিয়নো আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবে শ্বিলঙত জাৰী কৰা হৈছে সান্ধ্য আইন ৷

curfew imposed at meghalaya
শ্বিলঙ ভ্ৰমণ নকৰিবলৈ ৰাইজক অনুৰোধ জি পি সিঙৰ
author img

By

Published : Aug 15, 2021, 7:22 PM IST

নিউজ ডেস্ক, 15 আগষ্ট : স্বাধীনতা দিৱসৰ দিনটোতে মেঘালয়ত জাৰি কৰা হ’ল সান্ধ্য আইন ৷ আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবে ৰাজ্যখনত নিশা 8 বজাৰ পৰা জাৰি কৰা হৈছে সম্পূৰ্ণ সান্ধ্য আইন ৷ ইয়াৰ উপৰিও মেঘালয়ৰ চাৰিখন জিলাত পৰিস্থিতিৰ যাতে অধিক অৱনতি ঘটিব নোৱাৰে তাৰবাবে ম’বাইল ইণ্টাৰনেট সেৱা আৰু এছ এম এছ সেৱা ৪৮ ঘণ্টাৰ বাবে বন্ধ কৰি দিছে স্থানীয় প্ৰশাসনে ।

পৰিস্থিতি শান্ত নোহোৱা পৰ্যন্ত অসমৰ কোনো লোককে শ্বিলঙলৈ নাযাবলৈ উপদেশ আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ ৷ টুইটযোগে সঞ্চালক প্ৰধানগৰাকীয়ে অসমবালীলৈ কৰিছে অনুৰোধ ৷

উল্লেখ্য যে, এগৰাকী প্ৰাক্তন এইচ এন এল চি নেতাক হত্যা কৰাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে সমগ্ৰ মেঘালয় ।

লগতে পঢ়ক : কৰ্তব্যৰত অৱস্থাতে আত্মঘাতী হ’ল বি এছ এফ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.