ETV Bharat / state

কৰ'ণাতংকঃ মুখ্যমন্ত্ৰীক সৰ্বদলীয় বৈঠক আয়োজন কৰাৰ আহ্বান কংগ্ৰেছৰ

author img

By

Published : Apr 4, 2020, 5:08 PM IST

সকলো বিৰোধী দলকে আস্থাত ল'বলৈ আহ্বান কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

ৰিপুন বৰা
ৰিপুন বৰা

গুৱাহাটী,4 এপ্ৰিল: অসমৰ শেহতীয়া পৰিস্থিতিত সকলো ৰাজনৈতিক দল একত্ৰিত হৈ কাম কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰে অসম প্ৰদেশ কংগ্ৰেছে কমিটিৰ সভাপতি ৰিপুন বৰাই ৷ চৰকাৰক অতিশীঘ্ৰে এখন সৰ্বদলীয় সভা আয়োজন কৰিবলৈ আহ্বান জনোৱাৰ লগতে সকলো বিৰোধী দলকে আস্থাত লৈ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈও কয় কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

ৰিপুন বৰা

আনহাতে, কেন্দ্ৰীয় চৰকাৰে লক ডাউনৰ বাবে ঘোষণা কৰা পেকেজ ১৪ দিন পাৰ হোৱাৰ পিছতো মুকলি নোহোৱাত ক্ষোভ ব্যক্ত কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । তাৰোপৰি পাছলি খেতিয়কৰ ফালে এবাৰ চাবলৈ আহ্বান জনাই সভাপতি ৰিপুণ বৰাই।

For All Latest Updates

TAGGED:

Ripun bora
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.