ETV Bharat / state

নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল কয়লা ভৰ্তি ট্ৰাক - ইটিভি ভাৰত

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনিজন।

etv bharat
author img

By

Published : Mar 13, 2019, 11:51 AM IST

গুৱাহাটী, ১৩ মাৰ্চ : যোৰাবাটত দুৰ্ঘটনাত পতিত কয়লাভৰ্তি ট্ৰাক। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে কয়লাভৰ্তি ট্ৰাকখন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনিজন।

jorabat accident

তিনিচুকীয়াৰ পৰা বেলতলা অভিমূখে আহি থকা অৱস্থাত বুধবাৰে ৰাষ্ট্ৰীয় ঘাইপথতেই নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে PB13 AR 5655 নম্বৰৰ কয়লা ভৰ্তি ট্ৰাকখন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ট্ৰাকখনৰ চালককে ধৰি হেণ্ডিমেন দুজন। আহত লোককেইজন আব্দুল মালিক, গকুল শ্বাহ আৰু আব্দুল আলী বুলি চিনাক্ত কৰিছে যোৰাবাট আৰক্ষীয়ে।

Intro:যোৰাবাটত ভয়ংকৰ পথ দুৰ্ঘটনা। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত কয়লা ভৰ্তি টাইলৰ দুৰ্ঘটনাগ্ৰস্ত অহাত দুজন এজনৰ আৱাস্ত সংকট জনক।

Body:উজনিৰ তিনিচুকীয়া পৰা গুৱাহাটী বেলতলা লৈ আহি থকা কয়লা ভৰ্তি টাইলাৰ যোৰাবাটৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্রস্ত হয়। দুৰ্ঘটনা সময়ত কয়লা ভৰ্তি টাইলাৰ খনত তিনি জন লোক আছিল।গাড়ীখনৰ দুজন চালক আৰু এজন হেণ্ডিমেন আছিল। ভয়ংকৰ পথ দুৰ্ঘটনাটোত চালক এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গুৰুতৰভাৱে আহত চালক আব্দুল মালিক অহাত চালক গকুল সাহ আৰু হেণ্ডিমেন আব্দুল আলি। দুৰ্ঘটনাগ্ৰস্ত হোৱা কয়লা ভৰ্তি টাইলাৰ খনৰ নম্বৰ PB13 AR 5655।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.