ETV Bharat / state

চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী সোণোৱাল - assam news

"চিণ্ডিকেটৰাজৰ সৈতে সাঙোৰ খাই পৰিছিল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নামো যাৰ বাবে মঙলবাৰে নিশা মুখ্যমন্ত্ৰী সোণোৱালে এক জৰুৰী নিৰ্দেশ জাৰি কৰে । সেই অনুসৰি সঁচাকৈয়ে ৰাজ্যত পুনৰ চিণ্ডিকেটৰাজ আৰম্ভ হৈছে নেকি সেই বিষয়ে তদন্ত আৰম্ভ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক নিৰ্দেশ দিয়ে ৷ "

চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী সোণোৱাল
author img

By

Published : Jun 12, 2019, 12:23 PM IST

গুৱাহাটী, 12 জুনঃ চিণ্ডিকেটতৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ মঙলবাৰে নিশা চিণ্ডিকেটৰ বিৰুদ্ধে জৰুৰী নিৰ্দেশ জাৰি কৰে সোণোৱালে ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধেও চিণ্ডিকেটত জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱাত এই ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । উল্লেখ্য যে, শাসক দলৰ একাংশ নেতা-পালিনেতাই শিল, বালি, চুপাৰি, কয়লা আদিৰ চিণ্ডিকেটত জড়িত থকাৰ অভিযোগ উঠিছিল ।আনকি চিণ্ডিকেটৰাজৰ সৈতে সাঙোৰ খাই পৰিছিল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নামো যাৰ বাবে মঙলবাৰে নিশা মুখ্যমন্ত্ৰী সোণোৱালে এক জৰুৰী নিৰ্দেশ জাৰি কৰে । সেই অনুসৰি ৰাজ্যত পুনৰ চিণ্ডিকেটৰাজ আৰম্ভ হৈছে নেকি সেই বিষয়ে তদন্ত আৰম্ভ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক নিৰ্দেশ দিয়ে । নিৰ্দেশ জাৰি কৰিয়েই মঙলবাৰে নিশা মুখ্যমন্ত্ৰী ৰাওনা হয় দিল্লী অভিমুখে ।

দিল্লী যাত্ৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে মঙলবাৰে নিশা এক বিবৃতিত এই বুলিও স্পষ্ট কৰি দিয়ে যে যদিহে ৰাজ্যত সঁচাকৈয়ে পুনৰ চিণ্ডিকেটৰাজ আৰম্ভ হৈছে তেন্তে চৰকাৰ কোনো কাৰণতে মৌন হৈ নাথাকে । এনে ছিণ্ডিকেটৰ সৈতে যিয়েই জড়িত নাথাকক কিয় সেইসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰতকৈও কঠোৰ ব্যৱস্থা নিশ্চিতভাৱে গ্ৰহণ কৰিব বুলিও বিবৃতিটোত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে ।

etv bharat assam
চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী সোণোৱাল

আনহাতে, অবৈধ ছিণ্ডিকেটৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে হুংকাৰ দিয়াৰ পাছতেই ধুবুৰী আৰক্ষীৰ অভিযানত আটক হ'ল গৰুৰ দুই চোৰাং বেপাৰী । ধুবুৰী উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত চলা অভিযানত ধুবুৰীৰ গৌৰীপুৰ আৰু বালাজনৰ পৰা আটক দুই চোৰাং বেপাৰী । ধৃত দুই চোৰাং বেপাৰীৰ নাম ক্ৰমে সামছুল হক ওৰফে গব্বৰ সিং আৰু নাজমত আলী ।

Intro:গুৱাহাটী, 12 জুনঃ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধেও চিণ্ডিকেটত জৰিত থকাৰ অভিযোগ উত্থাপিত হোৱাত এই ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । উল্লেখ্য যে শাসক দলৰ একাংশ নেতা-পালিনেতা শিল, বালি, চুপাৰি, কয়লা আদিৰ চিণ্ডিকেটত জৰিত থকাৰ অভিযোগ উঠিছিল। আনকি চিণ্ডিকেটৰাজৰ সৈতে সাঙোৰ খাই পৰিছিল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নামো।

Body:ইয়াৰ পৰিপ্ৰেক্ষিতে মঙলবাৰে নিশা মুখ্যমন্ত্ৰী সোণোৱালে এক জৰুৰী নিৰ্দেশ জাৰি কৰে। সেই অনুসৰি সঁচাকৈয়ে ৰাজ্যত পুণৰ চিণ্ডিকেটৰাজ আৰম্ভ হৈছে নেকি সেই বিষয়ে তদন্ত আৰম্ভ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। এই নিৰ্দেশনা জাৰি কৰিয়েই মঙলবাৰে নিশা মুখ্যমন্ত্ৰী ৰাওনা হয় দিল্লী অভিমুখে।

Conclusion:দিল্লী যাত্ৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে যোৱা নিশা এক বিবৃতিত এই বুলিও স্পষ্ট কৰি দিয়ে যে যদিহে ৰাজ্যত সঁচাকৈয়ে পুণৰ চিণ্ডিকেটৰাজ আৰম্ভ হৈছে তেন্তে চৰকাৰ কোনো কাৰণতে মৌন হৈ নাথাকে । এনে ছিণ্ডিকেটৰ সৈতে যিয়েই জৰিত নাথাকক কিয় সেইসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰতকৈও কঠোৰ ব্যৱস্থা নিশ্চিতভাৱে গ্ৰহণ কৰিব বুলিও বিবৃতিটোত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.