ETV Bharat / state

ভৰলুমুখত অগ্নিত জাহ গ’ল পৰিত্যক্ত বাহন - অগ্নি নিৰ্বাপক বাহিনী

দীৰ্ঘদিন ধৰি সোণাৰাম খেলপথাৰত পৰিত্যক্ত অৱস্থাত থকা এখন বাহনত আকস্মিকভাৱে জুই লাগে ৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপকবাহিনী উপস্থিত হৈ নিৰ্বাপণ কৰে জুই।

গুৱাহাটী
বাহনত জুই
author img

By

Published : Jan 8, 2020, 7:46 PM IST

গুৱাহাটী,8 জানুৱাৰীঃ মহানগৰীৰ ভৰলুমুখত বুধবাৰে দাওদাওকৈ জ্বলি উঠে এখন বাহন ৷ দীৰ্ঘদিনে সোণাৰাম খেলপথাৰত পৰিত্যক্ত অৱস্থাত আছিল ভস্মীভূত হোৱা চাৰিচকীয়া বাহনখন ৷ জুইৰ লেলিহান শিখাই নিমিষতে ছাৰখাৰ কৰে বাহনখন। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপণ কৰে জুই । কিন্তু জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাহনখন।

দীৰ্ঘদিন ধৰি সোণাৰাম খেলপথাৰত পৰিত্যক্ত অৱস্থাত আছিল বাহনখন

জুইত জাহ যোৱা বাহনখনৰ নম্বৰ হৈছে WB-06E-5265। উল্লেখ্য যে,ভৰলুমুখ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। কিন্তু বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো তথ্য যুগুত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

লগতে চাওকঃসৰ্থেবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 'কা' বিৰোধী প্ৰতিবাদ

Intro:মহানগৰীৰ ভৰলুমুখত দাঁওদাঁওকৈ জ্বলিল ৰখাৰ থোৱা এখন চাৰিচকীয়া বাহন। দীৰ্ঘদিন ধৰি সোণাৰাম খেলপথাৰত পৰিতক্ত অৱস্থাত আছিল চাৰিচকীয়া বাহনখন। জুইৰ লেলিহান শিখাই নিমিষতে চাৰখাৰ কৰে বাহনখন। পিছত অগ্নিকাণ্ড নিৰ্বাপকবাহিনীয়ে নিৰ্বাপন কৰে জুই। কিন্তু সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাহনখন। ভস্মীভূত বাহনখনৰ নম্বৰ WB 06 E 5265। উল্লেখযোগ্য যে ভৰলুমুখ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.