ETV Bharat / state

দিপৰ বিল জনাঞ্চলত হাতীৰ মুক্ত বিচৰণ - জনাঞ্চলত হাতীৰ মুক্ত বিচৰণ

খাদ্যৰ সন্ধানত প্ৰতিদিনে জনাঞ্চললৈ ওলাই আহে বন্যহস্তীৰ দল

দিপৰ বিল জনাঞ্চলত হাতীৰ মুক্ত বিচৰণ
author img

By

Published : Mar 28, 2019, 12:58 PM IST

কামৰূপ, 28 মাৰ্চঃ বনাঞ্চল এৰি জনাঞ্চলত হাতীৰ প্ৰৱেশ ৷ দিপৰ বিলৰ সমীপৰ জনাঞ্চলত বুধবাৰেনিশা এটা হাতীৰ মুক্ত বিচৰণে ৰাইজক আতংকিত কৰি তোলে । জানিব পৰা মতে খাদ্যৰ সন্ধানত প্ৰতিদিনে এনেদৰেই জনাঞ্চললৈ ওলাই আহে বন্যহস্তী ।

দিপৰ বিল জনাঞ্চলত হাতীৰ মুক্ত বিচৰণ
হাতীটোৰ উপস্থিতিত শংকিত হৈ পৰা একাংশ ৰাইজে পৰৱৰ্ত্তী সময়ত জনাঞ্চলৰ পৰা খেদি পঠিয়াই হাতীটো । স্থানীয় ৰাইজে জনোৱা মতে দিপৰ বিলৰ ৰেল লাইনত প্ৰায়ে এনেদৰেই বিচৰণ কৰে হাতীয়ে । উল্লেখ্য যে অঞ্চলটোত থকা কলগছ খাই যদিও কোনো বিশেষ অনিষ্ট নকৰে বন্যহস্তীয়ে।

Slug: A_GHY_28MAR_801_DIPOR BIL ELEPHANT_HIRUL

নিশা দিপৰ বিলৰ সমীপৰ জনাঞ্চলত গজৰাজৰ মুক্ত বিচৰণ। খাদ্যৰ সন্ধান প্ৰতিদিনে এনেদৰেই জনাঞ্চললৈ ওলাই আহে বন্যহস্তী। হাতীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰে স্থানীয় ৰাইজ। পিছত একাংশই খেদি পঠিয়াই হাতীটো। দিপৰ বিলৰ ৰেল লাইনত প্ৰায়ে এনেদৰেই বিচৰণ কৰে হাতীয়ে। ইফালে অঞ্চলটোত থকা কলগছ খাই যদিও কোনো বিশেষ অনিষ্ট নকৰে বন্যহস্তীয়ে।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.