ETV Bharat / state

"বিজেপিক ভোট দিয়া মানেই জাতীয়তাবাদৰ পৰা স্খলিত হোৱা"-অখিল গগৈ

বিজেপিৰ ৰাষ্ট্ৰীয় ইস্তাহাৰত কেব পুনৰ আনিম বুলি কোৱাৰ প্ৰসংগত ৭০টা সংগঠনৰ সংবাদমেল ৷ সংবাদ মেলত উপস্থিত পলাশ চাংমাই, কৃষক নেতা অখিল গগৈৰ লগতে বহু নেতা কৰ্মী ৷

"বিজেপিক ভোট দিয়া মানেই জাতীয়তাবাদৰ পৰা স্খলিত হোৱা"- অখিল গগৈ
author img

By

Published : Apr 9, 2019, 6:25 PM IST

গুৱাহাটী, 9 এপ্ৰিলঃ "বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত ওলোটা খৰ মাৰিছে"-এই মন্তব্য পলাশ চাংমাইৰ ৷ সোমবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় ইস্তাহাৰত কেব পুনৰ আনিম বুলি কোৱা প্ৰসংগত ৭০ সংগঠনে মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰে৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাইয়ে সংবাদ মেলত কয় যে বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত ওলোটা খৰ মাৰিছে কিয়নো ইস্তাহাৰখনত কোনো ধৰণৰ দাবীক গুৰুত্ব দিয়া হোৱা নাই ৷

"বিজেপিক ভোট দিয়া মানেই জাতীয়তাবাদৰ পৰা স্খলিত হোৱা"- অখিল গগৈ

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কথা কোনোপধ্যেই মানি ল'ব নোৱাৰি সেয়ে বিজেপি আৰু মিত্ৰজোঁটৰ বিপক্ষে অসমৰ ৰাইজক ভোটদানৰ কৰাৰ বাবে আহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাইয়ে ৷ সংবাদ মেলখনত অসম আন্দোলনৰ সময়ৰ ৮৫৫ জন শ্বহীদকো স্মৰণ কৰাৰ লগতে এই জাতীয় জীৱনৰ সন্ধিক্ষণত ৰাইজে দায়িত্ব লৈ উপযুক্ত দলক ভোটাধিকাৰ সাব্যস্ত কৰি অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব বুলি মন্তব্য কৰে ৷ আনহাতে,উক্ত সংবাদমেলত ৰাইজক মোদী চৰকাৰ লাগে নে অসমীয়া জাতি লাগে বুলি মন্তব্য কৰে অখিল গগৈয়ে ।

A_GHY_803_70_ORGANATION_PC_VISUAL_BYTE_ASRAR

সোমবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় ইস্তাহাৰত কেৱ পুনৰ আনিম বুলি কোৱাৰ প্ৰসংগত ৭০ সংগঠনৰ সংবাদমেল

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাইয়ে সংবাদ মেলত কয় যে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ওলোটা খৰ মাৰিছে। দাবীসমূহত গুৰুত্ব দিয়া নাই ইস্তাহাৰত। নাগৰিকত্ব সংশোধনী গৃহীত কৰাৰ কথাটো কোনোপধ্যেই মানি নলও। সেয়েহে নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটৰ বিপক্ষে অসমৰ ৰাইজে ভোটদান কৰিব লাগে। 

আমি আদৰ্শগত কাৰণত বিজেপিক সমৰ্থন কৰিব নোৱাৰোঁ । সেইকাৰণে অসমৰ জনসাধাৰণক বিজেপিৰ দল আৰু সেই দলৰ লগত মিত্ৰতা কৰা দল , দলসমুহৰ বিপক্ষে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহ্বান জনাইছোঁ । 

 অসম আন্দোলনৰ সময়ত ৮৫৫  জন শ্বহীদ হল সেই কথা আমি সকলোৱে স্বীকাৰ কৰোঁ । সেইসময়ত কংগ্ৰেছ দল আছিল , আমি কংগ্ৰেছ দলকো সমৰ্থন নকৰোঁ । কিন্তু দহ হাজাৰ যুৱক-যুৱতী অসমৰ আলফাৰ আন্দোলনতো শ্বহীদ হ'ল , এই ঘটনা কিন্তু পাহৰি পেলালে নহব । গতিকে আমি ৰাইজলৈ আহ্বান জনাইছো এই জাতীয় জীৱনৰ সন্ধিক্ষণত ৰাইজে দায়িত্ব হব লাগিব কোন দলক ভোটাধিকাৰ সাব্যস্ত কৰিলে আমাৰ অসমীয়া মানুহৰ অস্তিত্ব ৰক্ষা কৰিব পাৰে । 

আনহাতে, অখিল গগৈয়ে উক্ত সংবাদমেলত কয় যে ৰাইজক মোদী চৰকাৰ লাগে নে অসমীয়া জাতি লাগে । বৰ্তমান বিজেপিয়ে অসমত এটা হাৱা আনিছে মোদী চৰকাৰ মোদী চৰকাৰ মোদী চৰকাৰ । ৰাইজক মোদী চৰকাৰ লাগে নে অসমীয়া জাতি লাগে , ৰাইজক এজন একক কেন্দ্ৰীক শাসক লাগে নে অসমীয়া জাতিটোক বচাবলৈ ব্যৱস্থা লাগে । তেওঁ সংবাদমেলত একাংশ সংবাদ মাধ্যমৰ নামো উল্লেখ কৰে যিয়ে বিজেপি দলে যি প্ৰচাৰ কৰিছে মোদী চৰকাৰ মোদী চৰকাৰ আনিব লাগে বুলি প্ৰচাৰ কৰিছে । 

 গগৈয়ে আৰু কয় যে আপোনালোকে সিদ্ধান্ত লওক যে মোদীক ভোট দিলে অসমীয়া জাতি বাচিবনে নাগপুৰ আৰু দিল্লীত আমি নতশিৰ হৈ অসমীয়া জাতিক বচাব পাৰিম নে , নোৱাৰোঁ , আমি অসমীয়া জাতি যদি বাচিবলগীয়া হয় তেনেহলে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক যিকোনো প্ৰকাৰে প্ৰতিৰোধ কৰিব লাগিব ।

Visual at Mojo 
Asrar Ansari 
  Guwahati 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.