ETV Bharat / state

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা: লাইভ আপডেট

assam assembly election vote counting
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা
author img

By

Published : May 2, 2021, 8:07 AM IST

Updated : May 2, 2021, 8:37 PM IST

20:25 May 02

ঢকুৱাখনাত 23 নং ৰাউণ্ডলৈ জয়ী হৈ আছে বিজেপিৰ প্ৰাৰ্থী নৱ দলে ৷ নৱ দলে এই মূহুৰ্তলৈ লাভ কৰি আছে 84,818 টা ভোট ৷ ইপিনে কংগ্ৰেছৰ পদ্মলোচন দলে লাভ কৰে 75,283 টা ভোট ৷ 

20:01 May 02

পশ্চিম গুৱাহাটী সমষ্টিত আৰম্ভ হৈছে অন্তিমটো ভোটগণনা প্ৰক্ৰিয়া ৷ সমষ্টিটোত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মীৰা বৰঠাকুৰক পিচ পেলাই আগবাঢ়ি আছে বিপুল ভোটত ৷ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বৰ্তমানলৈকে লাভ কৰি আছে 1,36,483 টা ভোট ৷  

19:47 May 02

হাজোত বিজেপি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়া আগবাঢ়ি আছে বিজয়ৰ দিশে ৷ সুমন হৰিপ্ৰিয়াই 66,736 টা ভোট লাভ কৰাৰ বিপৰীতে অজাপৰ প্ৰাৰ্থী দুলু আহমেদে লাভ কৰে 17,886 টা ৷ ইপিনে, কংগ্ৰেছ প্ৰাৰ্থী আনোৱাৰ হুছেইনে লাভ কৰে 28,603 টা ভোট ৷   

19:42 May 02

779 টা ভোটৰ ব্যৱধানত বঢ়মপুৰত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী জিতু গোস্বামী ৷ জিতু গোস্বামীৰ জয় প্ৰায় নিশ্চিত ৷ 

19:31 May 02

75 নং চতিয়া বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাৰ জয়  নিশ্চিত ৷ পদ্ম হাজৰিকাই আগবাঢ়ি আছে 24,375 টা ভোটত ৷ 

19:14 May 02

কামৰূপৰ কেইবাটাও সমষ্টিত বিজেপিৰ জয় ইতিমধ্যে নিশ্চিত হৈ পৰিছে ৷ বকোত  নন্দিতা দাসে 53,420 টা ভোটত আগবাঢ়ি থকাৰ বিপৰীতে পলাশবাৰীত বিজেপিৰ হেমাংগ ঠাকুৰীয়াই আগবাঢ়ি আছে 39,731 টা ভোটত ৷ 

19:05 May 02

57 নং ৰঙিয়া সমষ্টিত  বিজয় নিশ্চিত বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী ভৱেশ কলিতাৰ ৷ ভৱেশ কলিতাই আগবাঢ়ি আছে 19,194 টা ভোটত ৷ 

19:01 May 02

গহপুৰত বিজেপি প্ৰাৰ্থী উৎপল বৰাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক 29,001 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ৷ বিজেপি প্ৰাৰ্থী উৎপল বৰাই লাভ কৰে মুঠ 91,901 টা ভোট ৷ ইয়াৰ বিপৰীতে ৰিপুণ বৰাই লাভ কৰে 62,300 টা ভোট ৷ 

18:04 May 02

নলবাৰী সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা ৷ জয়ন্ত মল্ল বৰুৱাই 43,548টা ভোটত লিড  লৈ আছে বৰুৱাই ৷ প্ৰদ্যুৎ ভূঞাই 88,092 টা ভোট লাভ কৰাৰ বিপৰীতে জয়ন্ত মল্ল বৰুৱাই লাভ কৰিছে 88,640টা ভোট ৷ 

17:58 May 02

জালুকবাৰী সমষ্টিত জয় লাভ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷  

17:57 May 02

ছিপাঝাৰ সমষ্টিত বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীৰ জয় নিশ্চিত ৷ 7,596টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী গৰাকী ৷ 

17:57 May 02

পৰাজয়ৰ দিশে ৰিপুণ বৰা ৷ বোকাখাট বিধানসভা সমষ্টিৰ পৰা এইবাৰ প্ৰাৰ্থীত্ব আগবঢ়াইছিল ৰিপুণ বৰাই ৷ 

17:48 May 02

মাজুলী সমষ্টিত জয়ী লাভ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বিপুল ভোটত জয় লাভ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ 

17:46 May 02

ধৰ্মপুৰ সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ চন্দ্ৰমোহন পাটোৱাৰী ৷ 59,847 ভোটত আগবাঢ়ি আছে পাটোৱাৰী ৷ ইফালে, কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীয়ে লাভ কৰি আছে 39,144 টা ৷ 

17:44 May 02

ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদা বিজয়ৰ দিশে ৷ 

17:43 May 02

আমগুৰি সমষ্টিৰ পৰা প্ৰদীপ হাজৰিকা বিজয়ৰ দিশে ৷ 6,001টা ভোটত অগ্ৰগতি লাভ কৰি আছে আমগুৰি সমষ্টিত ৷ 

17:26 May 02

70,071 ভোটত অগ্ৰগতি লাভ কৰি আছে তিনিচুকীয়াৰ বিজেপি প্ৰাৰ্থী সঞ্জয় কিষাণে ৷

17:07 May 02

ভৱানীপুৰত 7 টাকৈ ইভিএমত বিসংগতিৰ অভিযোগ ৷ সমষ্টিটোৰ ফলাফল ঘোষণাত বিলম্ব হোৱাৰ সম্ভাৱনা ৷

17:00 May 02

শিৱসাগৰত বৃহৎ জয়লাভ অখিল গগৈৰ ৷ বিজেপি প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীক পৰাস্ত কৰে অখিল গগৈয়ে ৷ কাৰাগাৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল গগৈয়ে ৷

16:43 May 02

বটদ্ৰৱা সমষ্টিত বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকা বৃহৎ পৰাজয়ৰ দিশে ৷ কংগ্ৰেছ প্ৰাৰ্থী শিবামণি বৰাই বৰ্তমানলৈকে 70005 টা ভোট লাভ কৰাৰ বিপৰীতে আঙুৰলতা ডেকাই লাভ কৰিছে 39194 টা ভোট ৷ 30811 টা ভোটৰ ব্যৱধানত অগ্ৰগতি শিবামণি বৰাৰ ৷

16:34 May 02

পাটাছাৰকুছিত বিজেপি প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাসৰ বৃহৎ জয় ৷ দাসৰ বিপৰীতে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই ৷

16:27 May 02

জালুকবাৰী সমষ্টিৰ পৰা লক্ষাধিক ভোটত জয়লাভ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ শৰ্মাৰ বিপৰীতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে ৷  

16:19 May 02

জাগীৰোডত 18 নং ৰাউণ্ডত 75,293 টা ভোট লাভ পীযুষ হাজৰিকাৰ ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী স্বপন মণ্ডলে লাভ কৰিছে 57,216 টা ভোট ৷ 18,077 টা ভোটত আগবাঢ়ি আছে পীযুষ হাজৰিকা ৷

16:04 May 02

ক’ভিড-19 প্ৰট’কল কঠোৰভাৱে পালন কৰি ভোটগণনাৰ অন্তত বিজয় উদযাপন নিষিদ্ধ কৰাৰ  আহ্বান জনাই ৰাজ্যসমূহলৈ জাননী প্ৰেৰণ কৰে নিৰ্বাচন আয়োগে ৷

16:00 May 02

দশম ৰাউণ্ডৰ অন্তত মাজুলীত 50,083 টা ভোট লাভ কৰিছে সৰ্বানন্দ সোণোৱালে ৷ ইয়াৰ বিপৰীতে নিকটতম কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৱে লাভ কৰিছে 18,736 টা ভোট ৷  প্ৰায় 31,347 টা ভোটত আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল ৷ 

15:52 May 02

104 নং নাজিৰা সমষ্টিত সপ্তম ৰাউণ্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াই লাভ কৰিছে 25,226 টা ভোট ৷ আনহাতে নিকটতম বিজেপি প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইয়ে লাভ কৰিছে 24,101 টা ভোট ৷ 

15:30 May 02

সপ্তদশ ৰাউণ্ডৰ অন্তত জালুকবাৰীত 1,05,305 টা ভোট লাভ কৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে লাভ কৰিছে 25,033 টা ভোট ৷  

15:25 May 02

অষ্টম ৰাউণ্ডৰ অন্তত আমগুৰি সমষ্টিত পিছপৰি আছে কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্ত ৷3013 টা ভোটৰ ব্যৱধানত অংকিতা দত্ততকৈ আগবাঢ়ি আছে অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা ৷ 

15:14 May 02

বোকাখাতত অগপ প্ৰাৰ্থী অতুল বৰাৰ বৃহৎ জয় ৷ 44,662 টা ভোটত জয়লাভ কৰিলে অতুল বৰাই ৷ 

15:09 May 02

চতুৰ্দশ ৰাউণ্ডৰ অন্তত ভৱানীপুৰ সমষ্টিত অগপ প্ৰাৰ্থী ৰণজিত ডেকাক চেৰ পেলাই 1040 টা ভোটত অগ্ৰগতি লাভ কৰিছে AIUDF প্ৰাৰ্থী ফণীধৰ তালুকদাৰে ৷ ফণীধৰ তালুকদাৰে 49,352 টা ভোট লাভ কৰাৰ বিপৰীতে ৰণজিত ডেকাই লাভ কৰিছে 48,312 টা ভোট ৷

14:58 May 02

নৱম ৰাউণ্ডৰ অন্তত নগাঁৱত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই লাভ কৰিছে 45,715 টা ভোট ৷ নিকটতম কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই লাভ কৰিছে 23,152 টা ভোট ৷ মুঠ 22,563 টা ভোটত আগবাঢ়ি আছে ৰূপক শৰ্মা ৷ 

14:47 May 02

অষ্টম ৰাউণ্ডত শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ অগ্ৰগতি ৷ বিজেপি প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীতকৈ 5,168 টা ভোটত অগ্ৰগতি লাভ কৰে অখিল গগৈয়ে ৷ 

14:34 May 02

55 নং হাজো সমষ্টিত অষ্টম ৰাউণ্ডৰ অন্তত 35,552 টা ভোট লাভ কৰিছে বিজেপি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াই ৷ ইয়াৰ বিপৰীতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলু আহমেদে লাভ কৰিছে 32,200 টা ভোট ৷ 24,400 টা ভোটেৰে তৃতীয় স্থানত আছে কংগ্ৰেছ প্ৰাৰ্থী আনোৱাৰ হুছেইন ৷

14:29 May 02

6ষ্ঠ ৰাউণ্ডৰ অন্তত 3,222 টা ভোটত অগ্ৰগতি লাভ কৰিছে বোকাজানৰ বিজেপি প্ৰাৰ্থী নোমল মমিনে ৷ নোমল মমিনে লাভ কৰিছে 35,060 টা ভোট ৷ আনহাতে নিকটতম কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিয়ে লাভ কৰিছে 28,476 টা ভোট ৷ 

14:25 May 02

সপ্তম ৰাউণ্ডৰ অন্তত ৰঙিয়া সমষ্টিত বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাৰ অগ্ৰগতি ৷ 16,447 টা ভোটত অগ্ৰগতি লাভ কৰিছে ভৱেশ কলিতাই ৷ 

14:20 May 02

গোলাঘাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ বৃহৎ জয় ৷ 9,035 টা ভোটত জয়লাভ কৰে নেওগে ৷ কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়াক পৰাস্ত কৰে অজন্তা নেওগে ৷

14:17 May 02

নাহৰকটীয়া আৰু দুলীয়াজানত পিছপৰি আছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ৷ নাহৰকটীয়াত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী তৰংগ গগৈ ৷

14:11 May 02

পূৱ কোকৰাঝাৰ সমষ্টিত বিপিএফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ পৰাজয় ৷ ইয়াৰ বিপৰীতে সমষ্টিটোত জয়লাভ কৰিছে ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে ৷ আনহাতে, তিতাবৰত কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰ বৰুৱা, দক্ষিণ শালমৰাত কংগ্ৰেছ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰীৰ বৃহৎ জয় ৷ 

14:04 May 02

6ষ্ঠ ৰাউণ্ডৰ অন্তত মাজুলীত সৰ্বানন্দ সোণোৱালে 29,661 টা ভোট লাভ কৰিছে ৷ আনহাতে কংগ্ৰেছে লাভ কৰিছে 11,730 টা ভোট ৷ 17,931 টা ভোটত আগবাঢ়ি আছে বিজেপি ৷

13:57 May 02

চতিয়া সমষ্টিত 17 সংখ্যক ৰাউণ্ডৰ অন্তত বিজেপিয়ে লাভ কৰিছে 78782 টা ভোট ৷ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে 50,225 টা ভোট ৷ পদ্ম হাজৰিকাই লাভ কৰিছে 28,557 টা ভোট ৷

13:48 May 02

নিশ্চিত জয়ৰ দিশে দক্ষিণ শালমাৰা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰী ৷ বৰ্তমানলৈকে প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 91,580 টা ভোট ৷ 

13:41 May 02

দ্বাদশ ৰাউণ্ডৰ অন্তত টীয়কত অগ্ৰগতি লাভ কৰিছে ৰেণুপমা ৰাজখোৱাই ৷ ৰাজখোৱাই লাভ কৰিছে 40,904 টা ভোট ৷ ইয়াৰ বিপৰীতে পল্লৱী গগৈয়ে লাভ কৰিছে 39,765 টা ভোট ৷

13:29 May 02

78 নং গহপুৰ সমষ্টিত 6ষ্ঠ ৰাউণ্ডত 23,193 টা ভোট লাভ কৰিছে বিজেপি প্ৰাৰ্থী উৎপল বৰাই ৷ আনহাতে 17,515 টা ভোট লাভ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই৷ মুঠ 5,678 টা ভোটত অগ্ৰগতি লাভ  উৎপল বৰাৰ ৷

13:24 May 02

সপ্তম ৰাউণ্ডৰ অন্তত মাজুলীত 24,097 টা ভোট লাভ কৰিছে সৰ্বানন্দ সোণোৱালে ৷ আনহাতে, কংগ্ৰেছে লাভ কৰিছে 9,023 টা ভোট ৷ সমষ্টিটোত 15,074 টা ভোটত আগবাঢ়ি আছে বিজেপি ৷ 

13:19 May 02

হাফলং সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ অন্তত 3,886 টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লচাৰ ৷ তেওঁ 16,933 টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাচাই লাভ কৰিছে 13,047 টা ভোট ৷

13:11 May 02

পঞ্চম ৰাউণ্ডৰ অন্তত বৰক্ষেত্ৰী সমষ্টিত 6,570 টা ভোটত অগ্ৰগতি কংগ্ৰেছ প্ৰাৰ্থী দিগন্ত বৰ্মনৰ ৷ দিগন্ত বৰ্মনে লাভ কৰিছে 23,580 টা ভোট৷ আনহাতে নিকটৱৰ্তী বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাই লাভ কৰিছে 17,010 টা ভোট ৷ 

13:05 May 02

পঞ্চম ৰাউণ্ডৰ অন্তত শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে 1,898 টা ভোটত আগবাঢ়ি আছে ৷ আনহাতে নিকটতম স্থানত আছে বিজেপি প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰী ৷ 

13:01 May 02

ধৰ্মপুৰ সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ অন্তত 18,867 টা ভোট লাভ কৰিছে বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ ইফালে 12,623 টা ভোটেৰে নিকটতম স্থানত আছে কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰী ৷ 6,244 টা ভোটত আগবাঢ়ি আছে চন্দ্ৰমোহন পাটোৱাৰী ৷

12:47 May 02

13 টা ৰাউণ্ডৰ অন্তত গোলাঘাট সমষ্টিত 3,885 টা ভোট লাভ বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ ৷ আনহাতে, মুঠ 4,073 টা ভোট লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়াই ৷

12:34 May 02

6ষ্ঠ ৰাউণ্ডৰ অন্তত মুঠ 31,240 টা ভোট লাভ কৰিছে বিজেপি প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাসে ৷ আনহাতে 24,375 টা ভোট লাভ কৰি  দাসৰ নিকটতম স্থানত আছে কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মা ৷ 

12:26 May 02

পঞ্চম ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৱে লাভ কৰিছে 21,403 টা ভোট ৷ আনহাতে 11,067 টা ভোটেৰে নিকটতম স্থানত আছে কংগ্ৰেছ প্ৰাৰ্থী শৈলেন সোণোৱাল ৷ সমষ্টিটোত 10,336 টা ভোটত অগ্ৰগতি লাভ বিজেপিৰ ৷

12:22 May 02

পাটাছাৰকুছি সমষ্টিত পঞ্চম ৰাউণ্ডৰ অন্তত 4,499 টা ভোট লাভ বিজেপি প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাসৰ ৷ আনহাতে 1,524 টা ভোটেৰে দ্বিতীয় স্থানত আছে কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মা ৷ 

12:14 May 02

তৃতীয় ৰাউণ্ডৰ অন্তত খুমটাই সমষ্টিত 14,089 টা ভোটেৰে অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াই ৷ আনহাতে 8,029 টা ভোটেৰে মৃণাল শইকীয়াক নিকটৱৰ্তী প্ৰতিযোগী হিচাপে আছে কংগ্ৰেছৰ প্ৰাৰ্থী বিস্মিতা শইকীয়া ৷ সমষ্টিটোত বিজেপিয়ে আগবাঢ়ি আছে 6,060 টা ভোটত ৷ 

12:09 May 02

নৱম ৰাউণ্ডৰ অন্তত 30 নং পূৱ কোকৰাঝাৰ সমষ্টিত 39,120 টা ভোট লাভ কৰিছে ইউপিপিএল প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে ৷ ইয়াৰে বিপৰীতে 3,776 টা ভোটৰ ব্যৱধানত 35,344 টা ভোটেৰে দ্বিতীয় স্থানত আছে বিপিএফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম ৷

12:01 May 02

6ষ্ঠ ৰাউণ্ডৰ অন্তত জালুকবাৰী সমষ্টিত বিজেপিয়ে লাভ কৰিছে 38,001 টা ভোট ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে 12,974 টা ভোট ৷ 

11:56 May 02

ছিপাঝাৰ সমষ্টিত বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীয়ে 5,763 টা ভোটেৰে অগ্ৰগতি লাভ কৰিছে ৷ 

11:49 May 02

32 নং বঙাইগাঁও সমষ্টিত অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে লাভ কৰে 6,557 টা ভোট ৷ প্ৰথম ৰাউণ্ডৰ অন্তত 495 টা ভোটত আগবাঢ়ি আছে ফণীভূষণ চৌধুৰীয়ে ৷

11:41 May 02

দ্বিতীয় ৰাউণ্ডৰ অন্তত পূৱ গুৱাহাটী সমষ্টিত 11,146 টা ভোটেৰে অগ্ৰগতি লাভ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৷

11:27 May 02

দ্বিতীয় ৰাউণ্ডৰ অন্তত সৰভোগ সমষ্টিত 2583 টা ভোটত আগবাঢ়ি আছে চিপিআইএম ৷ চিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে লাভ কৰিছে 8,114 টা ভোট ৷ 

11:20 May 02

জালুকবাৰী সমষ্টিত তৃতীয় ৰাউণ্ডত 19,894 টা আৰু চতুৰ্থ ৰাউণ্ডত 24,947 টা ভোট লাভ কৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ 

11:15 May 02

ছিপাঝাৰত দ্বিতীয় ৰাউণ্ডৰ অন্তত 4,543 টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীয়ে ৷ 

11:01 May 02

দ্বিতীয় ৰাউণ্ডৰ অন্তত মাজুলীত সৰ্বানন্দ সোণোৱালৰ অগ্ৰগতি৷ প্ৰথম আৰু দ্বিতীয় ৰাউণ্ড মিলি 5,396 টা ভোটত আগবাঢ়ি আছে বিজেপি ৷

10:41 May 02

জালুকবাৰী সমষ্টিত দ্বিতীয় ৰাউণ্ডৰ অন্তত 14,254 টা ভোটেৰে অগ্ৰগতি লাভ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

10:35 May 02

69 নং ওদালগুৰি সমষ্টিত বিপিএফৰ 4,806 টা ভোটত অগ্ৰগতি ৷ বিপিএফ প্ৰাৰ্থী ৰিহন দৈমাৰীয়ে 1,602 টা ভোটত আগবাঢ়ি আছে ৷ 

10:29 May 02

বোকাখাতত প্ৰথম ৰাউণ্ডৰ অন্তত 4,508 টা ভোটেৰে অগ্ৰগতি লাভ অগপ প্ৰাৰ্থী অতুল বৰাৰ ৷

10:25 May 02

প্ৰথম ৰাউণ্ডৰ অন্তত জনীয়াত 4,608 টা ভোটেৰে এইআইইউডিএফৰ প্ৰাৰ্থী ৰফিকুল ইছলামৰ অগ্ৰগতি ৷ 

10:13 May 02

জালুকবাৰী সমষ্টিত 5000 হাজাৰতকৈও অধিক ভোট লাভ কৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ 

10:08 May 02

পাটাছাৰকুছি সমষ্টিত প্ৰথম ৰাউণ্ডত 5,887 টা ভোটেৰে অগ্ৰগতি কৰিছে ৰণজিৎ কুমাৰ দাসে ৷

09:58 May 02

বৰপেটাৰ জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া মুনীন্দ্ৰ শৰ্মা কৰ’ণাত আক্ৰান্ত হোৱাৰ পাচতেই ৰাজ্য চৰকাৰৰ সমবায় বিভাগৰ যুটীয়া সচিব টি পি ভূষালক জিলাখনৰ নিৰ্বাচনী বিষয়াৰ দায়িত্ব অৰ্পণ ৷

09:54 May 02

মাজুলীত সমাপ্ত প্ৰথম ৰাউণ্ডৰ ভোটগণনা ৷ 2,723 টা ভোটত অগ্ৰগতি লাভ কৰিছে সৰ্বানন্দ সোণোৱালে ৷ 

09:47 May 02

পশ্চিম গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী বলেশ্বৰ ৰংপিৰ এজেণ্ট ক’ভিডত আক্ৰান্ত ৷ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ 

09:39 May 02

জাগীৰোডত 1,713 টা ভোটত অগ্ৰগতি লাভ কৰিছে পীযুষ হাজৰিকাই ৷

09:31 May 02

গোলাঘাটত দ্বিতীয় ৰাউণ্ডত বিজেপিৰ অজন্তা নেওগৰ 3,639 টা ভোটত অগ্ৰগতি লাভ ৷

09:26 May 02

প্ৰথম ৰাউণ্ডৰ অন্তত ডিব্ৰুগড় সমষ্টিত বিজেপিৰ প্ৰশান্ত ফুকন, দুলীয়াজানত লুৰিণজ্যোতি গগৈৰ অগ্ৰগতি লাভ ৷

09:19 May 02

চামগুৰিত দুটা ৰাউণ্ডত 1,405 টা ভোটত অগ্ৰগতি লাভ কৰিছে ৰকিবুল হুছেইনে ৷ 

09:15 May 02

দিছপুৰ সমষ্টিত অগ্ৰগতি লাভ কৰিছে অতুল বৰাই ৷

09:12 May 02

15 টা সমষ্টিত বিজেপি মিত্ৰজোঁট আৰু 9 টা সমষ্টিত কংগ্ৰেছ মিত্ৰজোঁটৰ অগ্ৰগতি লাভ ৷ জালুকবাৰীত আগবাঢ়ি আছে ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

09:07 May 02

89 নং কলিয়াবৰ বিধানসভা সমষ্টিৰ প্ৰথম ৰাউণ্ডৰ ভোটগণনা সমাপ্ত ৷ 4,224 টা ভোটত অগ্ৰগতি লাভ অগপ প্ৰাৰ্থী কেশৱ মহন্তৰ ৷

08:48 May 02

হোজাইত বাতৰি যোগান ধৰিবৰ বাবে ম’বাইল বা কেমেৰা ভিতৰলৈ নিবলৈ নিদিয়াৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ৰ বাকৰিত বহি প্ৰতিবাদ সাব্যস্ত সাংবাদিকসকলৰ ৷

08:43 May 02

চতিয়া সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগণনা সমাপ্ত ৷

08:35 May 02

ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ৰ ভোটগণনা কেন্দ্ৰত সকলো ক’ভিড নীতি-নিয়ম পালন কৰা দেখা গৈছে । ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে নিজেই নিৰাপত্তা আৰু ক’ভিড প্ৰট’কলৰ সকলো নীতি নিয়ম তদাৰক কৰিছে । সাংবাদিকৰ বাদে কোনো সাধাৰণ ব্যক্তিক ভোট কেন্দ্ৰৰ সন্মুখলৈ যাবলৈ অনুমতি প্ৰদান কৰা নাই । ডিব্ৰুগড়ৰ দুয়োটা ভোটগণনা কেন্দ্ৰত 100 মিটাৰ আঁতৰত বেৰিকেট বনাই সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কৰিছে আৰক্ষীয়ে ।

08:25 May 02

ডিব্ৰুগড়ত ডিব্ৰুগড় চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু উপায়ুক্তৰ কাৰ্যালয়ত ভোটগণনা আৰম্ভ

08:18 May 02

বৰ্তমানলৈকে বিজেপি 6 খন আৰু কংগ্ৰেছৰ 3 খন আসনত অগ্ৰগতি

07:58 May 02

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ ৷

আজি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷ অব্যাহত আছে 331 টা কেন্দ্ৰত এই ভোটগণনা প্ৰক্ৰিয়া ৷ ক’ভিড প্ৰট’কলৰ মাজেৰে চলি আছে ভোটগণনা ৷ ৰাজ্যৰ 126 টা বিধানসভা সমষ্টিত মুঠ 946 গৰাকী প্ৰাৰ্থীৰ হ’ব ভাগ্য নিৰ্ণয় ৷  ভোটগণনা কেন্দ্ৰসমূহত নিযুক্তি দিয়া হৈছে মুঠ 35,000 গৰাকী বিষয়া ৷ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হোৱা 47 টা সমষ্টিত মুঠ প্ৰাৰ্থী আছিল 264 গৰাকী ৷ দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হৈছিল 39 টা সমষ্টিত আৰু মুঠ প্ৰাৰ্থীৰ সংখ্যা আছিল 345 গৰাকী ৷ একেদৰে তৃতীয় পৰ্যায়ত 337 গৰাকী প্ৰাৰ্থীৰ বাবে ভোটগ্ৰহণ হৈছিল 40 টা সমষ্টিত ৷ এইবাৰ ৰাজ্যৰ 2 কোটি 33 লাখ 74 হাজাৰ 87 গৰাকী ভোটাৰৰ পুৰুষ ভোটাৰৰ সংখ্যা আছিল 1 কোটি 18 লাখ 23 হাজাৰ 286 গৰাকী ৷ ইয়াৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা আছিল 1 কোটি 15 লাখ 50 হাজাৰ 403 গৰাকী ৷ ইয়াৰোপৰি তৃতীয় লিংগৰ ভোটাৰ আছিল 398 গৰাকী ৷

Last Updated : May 2, 2021, 8:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.