ETV Bharat / state

চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ অখিল গগৈ - চিণ্ডিকেট

টোলগেটৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ কৃষক মুক্তিৰ ৷ কয়লা ছিণ্ডিকেট, চুপাৰী ছিণ্ডিকেটৰ বাবে চৰকাৰক তীব্ৰ সমালোচনা অখিল গগৈৰ ৷ আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াও ছিণ্ডিকেটত জড়িত থকাৰ অভিযোগ ৷

চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ অখিল গগৈ
author img

By

Published : Aug 2, 2019, 3:32 PM IST

গুৱাহাটী, 2 আগষ্টঃ

  • ৰহাৰ টোলগেট সন্দৰ্ভত পুনৰ সৰৱ অখিল গগৈ
  • বৃহস্পতিবাৰে কৃষক মুক্তিৰ কেন্দ্ৰীয় কাৰ্যালয়ত সংবাদমেল কৃষক নেতাজনৰ

  • টোলগেট কোনোপধ্যেই পুনৰ আৰম্ভ হবলৈ নিদিয়ে কৃষক মুক্তিয়ে

  • চহৰৰ ভিতৰত থকা ৰহাৰ টোলগেট অবৈধ ঘোষণা

    চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ অখিল গগৈ
  • চন্দ্ৰ মোহন পাটোৱাৰী আৰু হিমন্ত বিশ্ব শৰ্মাক চূড়ান্ত সকীয়নি সংগঠনটোৰ

  • ৰাজ্যৰ চাৰিওফালে চৰকাৰে ছিণ্ডিকেটৰ বেহা মেলি ৰখাৰ অভিযোগ কৃষক নেতাজনৰ

  • ছিণ্ডিকেটৰ লগত জড়িত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ বহু কেইজন আৰক্ষী আৰু মন্ত্ৰী বিষয়া

  • আৰক্ষী সঞ্চালক (DGP) কুলধৰ শইকীয়াক চোকা সমালোচনা অখিল গগৈৰ

  • মাৰ্ঘেৰিটা, লিডুত কয়লা ছিণ্ডিকেটৰ লগতে চুফাৰি ছিণ্ডিকেটৰ সকলো প্ৰমাণ থকাৰ কথা উল্লেখ সংগঠনটোৰ হাতত

  • চুপাৰীৰ গাড়ীত অস্ত্ৰ শস্ত্ৰ আৰু সোণ সৰবৰাহ

  • চুপাৰি ছিণ্ডিকেটৰ পৰাই বেছি টকা পায় অসমৰ উগ্ৰপন্থী সংগঠনে

  • চুপাৰীৰ মাফিয়া গোলাঘাটৰ বাবলু, কৰিমগঞ্জৰ অঞ্জন পাল, শিলচৰ দীপাংকৰ দেৱ আৰু বৰপেটাৰ ৰবিউল ইছলামৰ অভিযোগ নেতাজনৰ

Intro:ছিণ্ডিকেটৰ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য অখিল গগৈৰ।
টোলগেট কোনোপধ্যেই হবলৈ নিদিয়ে বুলি মন্তব্য কৰিলে অখিল গগৈয়ে । যত বৰ্তমানলৈ ৰাস্তা সম্পূৰ্ণ হোৱা নাই তাত টোলগেট কেনেকৈ হব বুলি উভতি ধৰিলে বি জে পি চৰকাৰক। টাউনৰ ভিতৰত টোলগেট হব নোৱাৰে আৰু ৰহাৰ টোলগেট অবৈধ ঘোষণা অখিল গগৈৰ। চন্দ্ৰ মোহন পাটোৱাৰী আৰু হিমন্ত বিশ্ব শৰ্মাক চূড়ান্ত সকীয়নী অসমীয়া জাতিৰ ওপৰত দুৰ্যোগৰ দিনত আকৌ যদি টোল গেট লগাই ৰাইজৰ ওপৰত কৰ বহুৱাব খোজে তেন্তে তেনে কৰিবলৈ দিয়া নহব।

Body:ছিণ্ডিকেট সকলোতে চলাৰ বিস্ফোৰক মন্তব্য ৰ লগতে ৰাজ্যত সৰ্বত্ৰে ছিণ্ডিকেট হোৱাৰ প্ৰমাণ আছে বুলি কলে অখিল গগৈয়ে।
ছিণ্ডিকেটৰ লগত জড়িত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ বহু কেইজন আৰক্ষী আৰু মন্ত্ৰী বিষয়া।
আৰক্ষী সঞ্চালক (DGP) কুলাধৰ শইকীয়াক চোকা সমালোচনা অখিল গগৈৰ।
মাৰ্ঘেৰিটা, লিডুত কয়লা ছিণ্ডিকেট চলি আছে । সকলো পাহাৰ এতিয়া ধ্বংসৰ গৰাহত। কিন্তু বৰ্তমানলৈ গা লৰা নাই প্ৰশাসনৰ।
অসমত কেৱল কয়লা নহয় চুপাৰীৰ ছিণ্ডিকেটও চলি থকাৰ কথা কলে অখিল গগৈয়ে।
চুপাৰীৰ গাড়ীত অস্ত্ৰ শস্ত্ৰ আৰু সোণ সৰবৰাহ হোৱাৰ কথা কলে অখিল গগৈয়ে। অসমৰ উগ্ৰপন্থী সংগঠনে চুপাৰি ছিণ্ডিকেটৰ পৰাই বেছি টকা পোৱাৰ কথা সদৰী কৰিলে অখিল গগৈয়ে।
চুপাৰীৰ মাফিয়া আখ্যা অখিল গগৈৰ গোলাঘাটৰ বাবলু, কৰিমগঞ্জৰ অঞ্জন পাল, শিলচৰ দীপাংকৰ দেৱ আৰু বৰপেটাৰ ৰবিউল ইছলাম ক ।

Conclusion:অখিল গগৈৰ মন্তব্য গাখীৰৰ নিচিনা বগা চৰকাৰ খনে একো কৰিব পৰা নাই। কেৱল চাৰিওফালে ছিণ্ডিকেট ছিণ্ডিকেট চলিছে আছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.