ETV Bharat / state

APCC protest in Guwahati: EDৰ কাৰ্যালয়ত ছোনিয়া গান্ধীক তলব কৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jul 21, 2022, 7:46 PM IST

বৃহস্পতিবাৰে EDৰ কাৰ্যালয়ত কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীক তলব কৰাৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সম্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (APCC protest against ED summons to Sonia Gandhi) । প্ৰতিবাদী কাৰ্যসূচীত অংশ কৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইন, বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াৰ লগতে বহু সংখ্যক কংগ্ৰেছৰ নেতাক আৰক্ষীয়ে আটক কৰে ৷

apcc-protest-against-ed-summons-to-sonia-gandhi-in-front-of-rajiv-bhawan-in-guwahati
EDৰ কাৰ্যালয়ত ছোনিয়া গান্ধীক তলব কৰাৰ বিৰূদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী, 21 জুলাই: বৃহস্পতিবাৰে EDৰ কাৰ্যালয়ত কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীক তলব কৰাৰ (ED question to Sonia Gandhi) বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সম্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (APCC protest against ED summons to Sonia Gandhi) । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ ৰাজীৱ ভৱনৰ ভিতৰৰ পৰা জি এছ ৰোডলৈ প্ৰতিবাদী সমদল উলিয়ায় (APCC protest in front of Rajiv Bhawan in Guwahati) ।

কিন্তু ৰাজীৱ ভৱনৰ সম্মুখত পূৰ্বৰে পৰা খাপ পিটি থকা আৰক্ষী বাহিনীয়ে বেৰিকেড দি সমদলটো বাধা প্ৰদান কৰাত ৰাজীৱ ভৱনৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদী কাৰ্যসূচীত অংশ কৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (Bhupen Bora arrested by Guwahati Police) , কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইন (Rakibul Hussain arrested by Guwahati Police) , বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াৰ (Debabrata Saikia arrested by Guwahati Police) লগতে বহু সংখ্যক কংগ্ৰেছৰ নেতাক আটক কৰি আৰক্ষীয়ে বাছত উঠাই আৰক্ষী থানালৈ লৈ যায় ।

EDৰ কাৰ্যালয়ত ছোনিয়া গান্ধীক তলব কৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ইপিনে প্ৰতিবাদস্থলীৰ পৰা যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক আৰক্ষীয়ে চোঁচৰাই নি আৰক্ষীৰ বাছত উঠাই লৈ যায় । কাৰ্যসূচীত অংশ লৈ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই আৰক্ষীৰ বৰ্বৰ আচৰণৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । তেওঁ অভিযোগ কৰি কয় যে বিজেপিয়ে দেশৰ গণতন্ত্ৰ ধ্বংস কৰিছে । মানুহৰ গণতান্ত্ৰিক অধিকাৰ নিঃশেষ কৰাৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে । লগতে বিজেপিৰ মানুহৰ গণতান্ত্ৰিক অধিকাৰ নিঃশেষ কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে কংগ্ৰেছে তীব্ৰ যুঁজ অব্যহত ৰাখিছে বুলিও তেওঁ কয় (Debabrata Saikia criticize BJP) ৷

লগতে পঢ়ক: Pankaj Pathak Arrested: হাতীগাঁও থানাত জেৰা অব্যাহত পংকজ পাঠকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.