ETV Bharat / state

গণহত্যাৰ বিচাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত আম আদমী পাৰ্টিৰ

author img

By

Published : Jun 17, 2020, 8:07 PM IST

ৰাজ্যত সংঘটিত গণহত্যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীয়ে ৷ এই কাণ্ডত জড়িত দোষীক ফাৰ্ষ্টট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই প্ৰতিবাদী দলটোৱে ৷

AAP Protest guwahati kamrup metro assam etv bharat news
প্ৰতিবাদ সাব্যস্ত আম আদমী পাৰ্টিৰ

গুৱাহাটী,17 জুন: মহানগৰীৰ মাজমজিয়াৰ গুৱাহাটী ক্লাৱত আম আদমী পাৰ্টিৰ সাব্যস্ত প্ৰতিবাদ ৷ ৰাজ্যত সংঘটিত গণহত্যাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীয়ে ৷ গণহত্যা বন্ধ কৰাৰ লগতে যোৰহাটৰ যুৱক জয়ন্ত বৰাৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা দলটোৱে এনেধৰণৰ ঘটনা নিয়ন্ত্ৰণৰ বাবে চৰকাৰক উচিত পদক্ষেপ লবলৈ দাবী জনায় ।

প্ৰতিবাদ সাব্যস্ত আম আদমী পাৰ্টিৰ

দিনক দিনে বাঢ়ি অহা গণহত্যাৰ ঘটনা সম্পৰ্কে বিজেপি শাসনাধীন চৰকাৰে বিচাৰ কৰাত ব্যৰ্থ হোৱা বুলি দাবী কৰে দলটোৰ যুটীয়া সমন্বয়ক আব্দুল ৱাহিদে ৷ গণহত্যাৰ লগত জড়িত সকলো দোষীক ফাৰ্ষ্টট্ৰেক আদালতৰ জৰিয়তে উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাই এই প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীয়ে ।

লগতে চাওকঃ মুছলপুৰত বিজেপিৰ জনসম্পৰ্কৰক্ষী অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.