ETV Bharat / state

জটিল ৰোগত আক্ৰান্ত পাঠশালাৰ এটি কণমানি - জটিল ৰোগত আক্ৰান্ত

পখিলা খেদা বয়সতে জীৱন-মৃত্যুৰ যুঁজৰ দুৰ্বিসহ যন্ত্ৰণাত ছটফটাইছে এটি কণমানিয়ে ৷ কণমানিটিৰ ওঠত হাঁহি বিৰিঙাবৰ বাবে কানাড়া বেংকৰ ১৭৫৬১০১০০৯৭৩৭  একাউন্ট নম্বৰৰ জৰিয়তে সহায়ৰ আহ্বান পৰিয়ালৰ ৷

জটিল ৰোগত আক্ৰান্ত পাঠশালাৰ এটি কণমানি
author img

By

Published : Mar 23, 2019, 2:04 PM IST

গুৱাহাটী , ২৩ মাৰ্চ : পখিলা খেদি ফুৰা বয়সতে কঠোৰ বাস্তৱৰ সন্মুখীন এটি কণমানি । দেহত জটিল ৰোগ লৈ সম্প্ৰতি হুইল চেয়াৰত মৃত্যুৰ সৈতে যুঁজিছে শিশুটিয়ে । দুৰ্ভগীয়া শিশুটিৰ নাম হৃষীকেশ কলিতা ।

জটিল ৰোগত আক্ৰান্ত পাঠশালাৰ এটি কণমানি

বজালী মহকুমাৰ অন্তৰ্ভুক্ত নিত্যানন্দৰ কেওতপাৰা গাঁৱৰ নিবাসী অনুপম কলিতাৰ পুত্ৰ হৃষীকেশ কলিতা । এই কণমাণিটি এতিয়া আক্ৰান্ত জটিল ৰোগত । কিন্তু শিশুটিকসুস্থ কৰি তুলিবলৈ লাগে বৃহৎ পৰিমাণৰ ধনন । যাৰ বাবে দিশহাৰা হৈ পৰিছে ঘৰে ঘৰে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালটো । সেয়ে নিজৰ পুত্ৰৰ প্ৰাণ বচাবলৈ সামৰ্থ নথকা দুৰ্ভগীয়া পৰিয়ালটোৱে চৰাকাৰ আৰু ৰাইজলৈ সহায়ৰ হাত বিচাৰি কাতৰ আহ্বান জনায় ।তেনে সময়তে পাঠশালা জুবিন গাৰ্গ ফেন ক্লাবৰ উপ-সভাপতি শ্বান কাশ্যপে পাঠশালা জুবিন গাৰ্গ ফেন ক্লাবৰ পৰা যথাযথ সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ।

কোনো সদাশয় লোকে এই পৰিয়ালটোক সহায় কৰিব বিচাৰিলেকানাড়া বেংকৰ ১৭৫৬১০১০০৯৭৩৭ একাউন্ট নম্বৰত সাহায্য আগবঢ়াব পাৰে । অথবা ৭০৮৬৭৮২৭৫১ নম্বৰত যোগাযোগ কৰিব পাৰে । আপোনাৰ অলপ সহায়ে এই পৰিয়ালটোৰ মুখত বিৰিঙাব সুখৰ হাঁহি ৷

জটিল ৰোগত অাক্ৰান্ত পাঠশালাৰ দেৱশিশু হৃষিকেশ কলিতা

সততে দম্ভ অহংকাৰ কৰি ফুৰা প্ৰবল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগে পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰৰ কোনো এজন নেতাই ধুকি নোপোৱা এটি অঞ্চল   নিত্যানন্দৰ কেওটপাৰা। পখিলা খেদি ফুৰা কণমাণি এটি দেৱশিশু সম্প্ৰতি হুইল চেয়াৰত মৃত্যুৰে যুজি আছে এই ৬ বছৰীয়া দেৱশিশু টোৰ নাম হৃষিকেশ কলিতা বজালী মহকুমাৰ অন্তৰ্ভুক্ত নিত্যানন্দৰ কেঁওতপাৰা গাঁৱৰ নিবাসী অনুপম কলিতাৰ পুত্ৰ হৃষিকেশ কলিতা আক্ৰান্ত হৈছে জটিল ৰোগত।যাৰ বাবে সৰ্বচান্ত হৈও থমকিবলগীয়া হৈছে পিতৃ মাতৃ। ঘৰে ঘৰে দিন হাজিৰা কৰি কোনোমতে পেট পুহি জীৱন নিৰ্বাহ কৰি আছে। আজি ৬ বছৰে কোনো জন প্ৰতিনিধিয়ে পৰিয়ালটোৰ ওপৰত চকু নপৰাত আক্ষেপ প্ৰকাশ কৰিছে পাঠশালা জুবিন গাৰ্গ ফেন ক্লাৱৰ সাধৰণ সম্পাদক  মৃন্ময় পাঠকে। নিৰ্বাচনৰ প্ৰতিশ্ৰুতি দিয়া পাটাছাৰকুছি সমষ্টিৰ এই দৰিদ্ৰ পৰিয়ালটোৰ ওপৰত চকু পৰিবনে চৰকাৰৰ?? ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগে ঢুকি পাব নে এই পৰিয়ালটোক??? এতিয়া ইয়াকে লৈ প্ৰশ্ন উদ্ভৱ হৈছে সাধাৰণ জনতাৰ। এই সময়তে হৃষিকেশৰ পৰিয়ালৰ স্বাহ্য ৰ বুজ লয় পাঠশালা জুবিন গাৰ্গ ফেন ক্লাৱ ৰ  লগতে স্থানীয় সাংবাদিক সকলে। পাঠশালা জুবিন গাৰ্গ ফেন ক্লাৱৰ উপ সভাপতি শ্বান কাশ্যপে পাঠশালা জুবিন গাৰ্গ ফেন ক্লাৱৰ পৰা যথাযথ সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে সমূহ দল সংগঠনৰ লগতে চৰকাৰক সহায় কৰাৰ বাবে কাতৰ আহ্বান জনাই। পৰিয়ালৰ লোকে কানাড়া বেংকৰ একাউন্ট নম্বৰ ১৭৫৬১০১০০৯৭৩৭ ত সহায়ৰ বাবে অনুৰোধ জনোৱাৰ লগতে  ৭০৮৬৭৮২৭৫১ নম্বৰত যোগাযোগ কৰিবলৈ অাহ্বাম জনাইচে।

বাইট- দেউতাক,মাক
ফেন ক্লাব,

SLUG: 
A_GHY_801_23MARCH_CHILD_VIS+BITE_S_KHAN

FEED : FTP
SCRIPT : MAIL
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.