ETV Bharat / state

মাডাৰ বৃদ্ধাৱাসৰ 12 গৰাকী আৱাসী ক'ভিড-19 ত আক্ৰান্ত

মাডাৰ বৃদ্ধাৱাসৰ 12 গৰাকী আৱাসী ক'ভিড-19 ত আক্ৰান্ত ৷ আক্ৰান্ত সকলক ততালিকে চিকিৎসালয়ত ভৰ্তি ৷ প্ৰশাসনৰ নিৰীক্ষণত আছে আৱাসীসকল ৷

12 Person Corona Positive From Mother Old Age Home
মাডাৰ বৃদ্ধাৱাসৰ 12 গৰাকী আৱাসী ক'ভিড-19 ত আক্ৰান্ত
author img

By

Published : Sep 11, 2020, 4:56 PM IST

গুৱাহাটী, 11 ছেপ্তেম্বৰ : মহানগৰীৰ হাতীগাঁওস্থিত মাডাৰ বৃদ্ধাৱাসৰ 12 গৰাকী আৱাসী ক'ভিড-19 ত আক্ৰান্ত ৷ প্ৰথম অৱস্থাত এগৰাকী আৱাসীৰ জ্বৰ হোৱাত সকলো আৱাসীৰ টেষ্ট কৰিছিল স্বাস্থ্য বিভাগৰ লোকে আৰু তেতিয়াই 12 গৰাকী আৱাসীৰ দেহত ধৰা পৰিছিল ক'ভিড-19 পজিটিভ ৷

মাডাৰ বৃদ্ধাৱাসৰ 12 গৰাকী আৱাসী ক'ভিড-19 ত আক্ৰান্ত

লগে লগে ক'ভিড-19 ত আক্ৰান্ত আৱাসী সকলক MMCH,GMCH আৰু ডিপিএচস্থিত কোৱাৰেন্টাইন চেন্টাৰত ৰখাৰ লগতে হোম কোৱাৰেন্টাইনতো ৰাখিছে বহু কেইগৰাকী আৱাসীক ৷ আনহাতে,আক্ৰান্ত আৱাসী সকলৰ ভিতৰত এগৰাকী আৱাসীৰ বয়স 95 বছৰ বুলি জানিব পৰা গৈছে ৷

আক্ৰান্ত আটাই কেইগৰাকী আৱাসী বৰ্তমান সুস্থ হৈ আছে বুলি জনাইছে আৱাস গৃহটোৰ কৰ্তৃপক্ষই ৷ ইফালে,সকলো সময়তে মাডাৰ বৃদ্ধাৱাসৰ আক্ৰান্ত আৱাসী সকলৰ স্বাস্থ্যৰ খবৰ ৰাখিছে জিলা প্ৰশাসনৰ লোকে ৷

লগতে পঢ়ক : পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে মৰাণত ধন আত্মসাৎ কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.