ETV Bharat / state

তিতাবৰ মহকুমাধিপতি কাৰ্যালয়ত উতপ্ত পৰিস্থিতি

author img

By

Published : Apr 11, 2019, 4:49 PM IST

নিম্ন মানৰ খাদ্য যোগান ধৰাক লৈ উতপ্ত তিতাবৰ মহকুমাধিপতি কাৰ্যালয় ৷ নিৰ্বাচনৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীসকলে ঘেৰাও কৰিলে মহকুমাধিপতিৰ কাৰ্যালয় ।

তিতাবৰত উতপ্ত পৰিস্থিতি

তিতাবৰ,11এপ্ৰিল: বৃহস্পতিবাৰে তিতাবৰ মহকুমা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে একাংশ নিৰ্বাচনৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰীয়ে ৷ নিম্ন মানৰ খাদ্যসামগ্ৰী নিৰ্বাচনৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীসকলক যোগান ধৰাৰ অভিযোগত এনেদৰে তিতাবৰ মহকুমাধিপতি কাৰ্যালয় ঘেৰাও কৰে কৰ্মচাৰীসকলে ৷ যি সময়ত দেশৰ সাধাৰণ নিৰ্বাচনক লৈ কোটি কোটি টকাৰ আবণ্টন হয় থিক তেনে সময়তে তিতাবৰত হোৱা এই বিসংগতিত এতিয়া ক্ষুব্ধ নিৰ্বাচনৰ দায়িত্বত থকা পুলিং এজেন্ট, প্ৰিজাডিং অফিচাৰৰ লগতে দায়িত্বত থকা কৰ্মচাৰীসকল ৷

Intro:তিতাবৰ মহকুমাধিপতি কাৰ্যালয় ঘেৰাওBody:তিতাবৰ আজি মহকুমা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ঘেৰাও ।নিম্ন মানৰ খাদ্য যোগান ধৰা লৈ উতপ্ত পৰিস্থিতি নিৰ্বাচনৰ দায়িত্বত থকা পুলিং এজেন্ট প্ৰিজাডিং অফিচাৰ ঘেৰাও কৰিলে মহকুমাধিপতিৰ কাৰ্যালয় । কোটি কোটি টকাৰ নিৰ্বাচনৰ নামত আবণ্টন হোৱাৰ পাছত কিয় নিম্ন খাদ্য । ভাত দাইল পোক খোৱা অনুপযোগী খাদ্য খাব দিছে নিৰ্বাচনত নিযোজিত বিষয়া কৰ্মচাৰীক ।দীৰ্ঘ দিন ধৰি উতাপন হৈ আহিছে নিৰ্বাচৰ দায়ত্ব থকা কৰ্মচাৰিক প্ৰবন্চনা কৰাConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.