ETV Bharat / state

বন বিভাগৰ হেমাহিঃ তিনিদিনলৈ পৰি ৰ'ল মৃত হাতীৰ পোৱালী

author img

By

Published : Sep 28, 2019, 6:15 PM IST

তিনিদিন পূৰ্বে মৰিয়নীৰ হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ জাকৰ এজনী হাতীয়ে এটা পোৱালি জন্ম দিয়ে। কিন্তু জন্ম হোৱাৰ কিছু সময় পাচতে মৃত্যু হয় সদ্যজাত হাতী পোৱালীটোৰ

বন বিভাগৰ হেমাহিঃ তিনিদিনলৈ পৰি ৰ'ল মৃত হাতীৰ পোৱালী

যোৰহাট, 28 ছেপ্টেম্বৰঃ বনবিভাগৰ হেমাহিৰ বাবে তিনিদিনেও অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰা নাই সদ্যজাত মৃত হাতী পোৱালীৰ। মৰিয়নীৰ কাটনিবাৰী চাহ বাগিছাত এটা সদ্যজাত হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰৰ তিনিদিনৰ পাছতো বনবিভাগৰ লোকে অন্ত্যেষ্টিক্ৰিয়া নকৰাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। তিনিদিন পূৰ্বে মৰিয়নীৰ হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ জাকৰ এজনী হাতীয়ে এটা পোৱালী জন্ম দিয়ে । কিন্তু জন্ম হোৱাৰ কিছু সময় পাচতে মৃত্যু হয় সদ্যজাত হাতীৰ পোৱালীটোৰ। শুকুৰবাৰে স্থানীয় ৰাইজে সদ্যজাত পোৱালীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি মৰিয়নী বনবিভাগক অৱগত কৰোৱাৰ পাছত বনবিভাগৰ লোক সেই স্থানত উপস্থিত হৈ মৃত হাতীৰ পোৱালীটো প্ৰত্যক্ষ কৰে যদিও অন্ত্যেষ্টিক্ৰিয়া বাবে কোনোধৰণৰ প্ৰদক্ষেপ গ্ৰহণ নকৰি উভতি আহে। এই পৰ্যন্ত বনবিভাগৰ কোনো লোকে হাতীৰ পোৱালীটো পোতাৰ ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ লোৱা নাই । ইতিমধ্যে হাতীৰ পোৱালীতো মৃতদেহ উৱলি গৈছে যদিও বনবিভাগৰ লোকৰ নিৰ্লিপ্ত ভূমিকাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় তথা প্ৰকৃতিপ্ৰেমী লোকে ।

Intro:Mariani dead elephant baby

বনবিভাগৰ হেমাহীৰ বাবে তিনিদিনেও অন্তেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰা নাই সদ্যজাত মৃত হাতী পোৱালীৰ।

মৰিয়নীৰ কাটনিবাৰী চাহ বাগিছাত এটা সদ্যজাত হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰৰ তিনিদিনৰ পাছতো বনবিভাগৰ লোকে অন্তেষ্টিক্ৰিয়া নকৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আজি তিনিদিন পূৰ্বে মৰিয়নীৰ হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ পালতোৰ এজনী হাতীয়ে এটা সদ্যজাত পোৱালি জন্ম দিয়ে। যদিও সদ্যজাত হাতীৰ পোৱালীটোৰ মৃত্যু হয়। কালি স্থানীয় ৰাইজে সদ্যজাত পোৱালীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি মৰিয়নী বনবিভাগক অৱগত কৰোৱাৰ পাছত বনবিভাগৰ লোক সেই স্থানত উপস্থিত হৈ মৃত হাতীৰ পোৱালীটো প্ৰত্যক্ষ কৰে যদিও অন্তেষ্টিক্ৰিয়াৰ বাবে কোনোধৰণৰ প্ৰদক্ষেপ গ্ৰহণ নকৰি উভতি আহে। এই পৰ্য্যন্ত বনবিভাগৰ কোনো লোকে হাতীৰ পোৱালীটো পোতাৰ ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ লোৱা দেখা নগল। ইতিমধ্যে হাতীৰ পোৱালীতো মৃতদেহ উৱলি গৈছে যদিও বনবিভাগৰ লোকৰ নিৰ্লিপ্ত ভূমিকাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় তথা প্ৰকৃতিপ্ৰেমী লোকে।
Bite :-

Ranjit Borah
MarianiBody:Mariani dead elephant baby

MarianiConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.