ETV Bharat / state

হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি বিহিবলৈ দাবী ৰূপজ্যোতি কুৰ্মীৰ

টীয়কত সংঘটিত ঘৃণনীয় হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ টীয়ক কাণ্ডৰ পঞ্চম দিনৰ পাছত মৰিয়নীৰ চাহ জনগোষ্ঠীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া

ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ
author img

By

Published : Sep 5, 2019, 12:38 AM IST

টীয়ক, 4 চেপ্তেম্বৰঃ "কেইটামান নৰপিশাচৰ দুষ্কাৰ্য্যৰ বাবে গোটেই জাতিটোক গালি গালাজ নকৰিব । হাত যোৰ কৰি আহ্বান জনাইছোঁ ৰাইজক । হত্যাকাৰী হত্যাকাৰীয়েই। ইহঁতৰ কোনো জাতি ধৰ্ম জনগোষ্ঠী নাই । হত্যাকাৰীক কোনেও সমৰ্থন নকৰিব । দোষীক উপযুক্ত শাস্তি দিয়ক । কিন্তু সমগ্ৰ চাহ জনগোষ্ঠীটোৰ প্ৰতি আপোনালোকে মনত ক্ষোভ লৈ নাথাকিব" বুধবাৰে মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এক সংবাদমেল সম্বোধন কৰি এইদৰে জনায় । আনহাতে ডাক্তৰ দেবেন দত্তৰ হত্যাকাণ্ডত জড়িত প্ৰতিটো হত্যাকাৰীকে অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰৰো কঠোৰতম শাস্তি বিহিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় বিধায়কগৰাকীয়ে । বিধায়কগৰাকীয়ে হত্যাকাণ্ডৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে চাহ জনগোষ্ঠীৰ সকলো দল সংগঠনক এই ঘটনাৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় ।

Intro:Mariani MLA Press Meet about Teok Incident.

টীয়কত সংঘটিত ঘৃণনীয় হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা বিধায়ক ৰূপজ্যোতি কুৰ্মী : টিয়ক কাণ্ডৰ পঞ্চম দিনৰ পাছত মৰিয়নিৰ চাহ জনগোষ্ঠীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া ।

"কেইটামান নৰপিশাচৰ দুষ্কাৰ্য্যৰ বাবে গোটেই জাতিটোক গালি গালাজ নকৰিব। হাত যোৰ কৰি আহ্বান জনাইছোঁ ৰাইজক । হত্যাকাৰী হত্যাকাৰীয়েই। ইহঁতৰ কোনো জাতি ধৰ্ম জনগোষ্ঠী নাই । হত্যাকাৰীক কোনেও সমৰ্থন নকৰিব । দোষীক উপযুক্ত শাস্তি দিয়ক । কিন্তু সমগ্ৰ চাহ জনগোষ্ঠীটোৰ প্ৰতি আপোনালোকে মনত ক্ষোভ লৈ নাথাকিব" আজি মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এক সংবাদমেল সম্বোধন কৰি এইদৰে জনায়। আনহাতে ডাক্তৰ দেবেন দত্তৰ হত্যাকাণ্ডত জড়িত প্ৰতিটো হত্যাকাৰীকে অতিশিঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰৰো কঠোৰতম শাস্তি বিহিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় বিধায়ক গৰাকীয়ে।বিধায়ক গৰাকীয়ে হত্যাকাণ্ডৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে
চাহ জনগোষ্ঠীৰ সকলো দল সংগঠনক এই ঘটনাৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়।

ৰঞ্জিত বৰা
মৰিয়নীBody:Mariani MLA Press Meet about Teok Incident.

মৰিয়নীConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.