ETV Bharat / state

টীয়কত নাহৰফুটুকীৰ আতংকঃ বিনিদ্ৰ ৰজনী ৰাইজৰ

দুপৰ নিশালৈকে বাতি-কাঁহী, ঢোল বজাই নাহৰফুটুকী খেদাৰ প্ৰয়াস বিনিদ্ৰ ৰজনী কটোৱা ৰাইজৰ ৷

টীয়কত নাহৰফুটুকীৰ আতংক
author img

By

Published : Apr 24, 2019, 12:14 PM IST

টীয়ক , 24 এপ্ৰিলঃ টীয়কৰ অন্তৰ্গত বনাই ন-পমুৱা আৰু বনাই পথাৰ চুমৈমৰা অঞ্চলত বনৰজাই টোপনি হৰিছে গঞাৰ ৷ মাজনিশা বাতি-কাঁহী, ঢোল বজাই নাহৰফুটুকী খেদাৰ প্ৰয়াস ৰাইজৰ ৷

টীয়কত নাহৰফুটুকীৰ আতংক

খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা এটা নাহৰফুটুকীয়ে উক্ত অঞ্চলত ৰাইজৰ পশুধন হত্যা কৰি বহু অনিষ্ট সাধন কৰি আহিছে বুলি জনাই অঞ্চলবাসীয়ে ৷ ইপিনে এই সন্দৰ্ভত অঞ্চলবাসীয়ে বনবিভাগক জনোৱা স্বতেও যোৰহাট বন বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Intro:Body:টীয়কত বনৰজাৰ তাণ্ডৱ
TEOK:এইবাৰ বনৰীয়া হাতী নহয় , টীয়কত বনৰজাই ৰজাই টোপনি হৰিছে গঞাৰ।টীয়কৰ এটা অঞ্চলত নাহৰফুটুকী বাঘৰ আতংক।মাজনিশা বাতি-কাঁহী, ঢোল বজাই বাঘ খেদাৰ প্ৰয়াস বিনিদ্ৰ ৰজনী কটোৱা ৰাইজৰ।টীয়কৰ বনাই ন-পমুৱা আৰু বনাই পথাৰ চুমৈমৰা অঞ্চলত মংগলবাৰে নিশা এনেদৰেই দেখা গ'ল বাঘৰ আতংকত ভোগা এইসকল লোকক।খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা এটা নাহৰফুটুকী বাঘে অঞ্চলটোত ৰাইজৰ পোহনীয়া পশুধন হত্যা কৰি অনিষ্ট সাধন কৰি আহিছে।এই বিষয়ে বনবিভাগক জনোৱা স্বতেও খবৰ নাই যোৰহাট বন বিভাগৰ।এতিয়া দুপৰ নিশালৈকে এনেদৰেই ৰাইজে বাঘ খেদাৰ প্ৰচেষ্টা চলাইছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.