ETV Bharat / state

যোৰহাটত ৰাজপথত বিনামূলীয়া ল'লিপপ, পাণ দোকানত প্ৰতিবাদী কবিতা !

author img

By

Published : Jan 1, 2020, 7:55 PM IST

ইংৰাজী নতুন বছৰৰ পহিলা দিনটোতে যোৰহাটৰ ৰাজপথত দেখা গ'ল দুটা ব্যতিক্ৰমী দৃশ্য ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে কবিতা লিখি আৰু বাটৰ নাট প্ৰদৰ্শন কৰি সাব্য়স্ত কৰিলে প্ৰতিবাদ ৷

JORHAT UNIQUE CAA PROTEST
যোৰহাটৰ ৰাজপথৰ দুটা ব্যতিক্ৰমী দৃশ্য

যোৰহাট, 1 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে যোৰহাটৰ ৰাজপথত ল'লিপপ বিক্ৰী কৰি সাব্যস্ত কৰিলে ব্যতিক্ৰমী প্ৰতিবাদ ৷ যোৰহাটৰ ৰাজপথত ৰাজীৱ দত্ত নামৰ ব্যক্তিজনে চিঞৰি-চিঞৰি গানৰ জৰিয়তে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে যদিও গ্ৰাহকে লোৱা নাই বিনামূলীয়াকৈ দিব বিচৰা ল'লিপপ ৷

ৰাজপথত বিনামূলীয়া ল'লিপপ, পাণ দোকানত প্ৰতিবাদী কবিতা

ইপিনে, যোৰহাটৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তামোল-পাণৰ দোকান দি জীৱন নিৰ্বাহ কৰা এগৰাকী মহিলাৰ নাম জাহ্নৱী বৰা ৷ দেখাত সাধাৰণ যেন লাগিলেও এইগৰাকী মহিলাৰ মাজত লুকাই আছে শক্তিশালী প্ৰতিবাদী সত্বা ৷ সৰু দোকানখনৰ ব্যস্ততাৰ মাজতে নাগৰিকত্ব সংশোধনীৰ বিৰুদ্ধে কবিতা লিখি প্ৰতিবাদ কৰি গৈছে এইগৰাকী মহিলাই ৷

যোৰহাটৰ ৰাজপথত ললীপপ বিক্ৰেটা।ললীপপ বিক্ৰী কৰি আহিছে তাকো চৰকাৰী ললীপপ।কিন্তু বিনামূলীয়াকৈ দিয়া এই ললীপপ ৰাইজে নিকিনিলে।কাৰণ কিয় চাওক আমাৰ এক প্ৰতিবেদন।।

আজি ইংৰাজী নৱবৰ্ষ প্ৰথমটো দিন।সমাজ জীৱন প্ৰভাৱিত কৰা ১৯ বৰ্ষ ইতিমধ্যে মেলানি মাগিলে কালৰ বুকুত।নতুন আশা আৰু দিগন্ত লৈ আহিল ইংৰাজী নৱবৰ্ষ ২০২০।কিন্তু অসমীয়া জাতিৰ তথা ৰাইজৰ মাজত নাই কোনো নতুনত্ব।আছছ মাথোঁ চৰকাৰৰ বিৰুদ্ধে ক্ষুভ।যোৰহাটৰ ৰাজপথত এজন ললীপপ বিক্ৰেটাই চিঞৰি চিঞৰি গানৰে মাজৰে গ্ৰাহকক আৰ্কষন কৰিবলৈ চেষ্টা কৰিছে যদিও গ্ৰাহকে লোৱা নাই বিনামূলীয়াকৈ দিব বিচৰা ললীপপ।কি আছে ললীপপত।

সমগ্ৰ ৰাজ্য সমাছ জীৱন কপোৱা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এক ব্যক্তিক্ৰম প্ৰতিবাদ ৰাজিৱ দত্ত নামৰ ব্যক্তি জনৰ।নতুন বৰ্ষৰ প্ৰথমটো দিনটোত ৰাজপথত এইদৰে বাটৰ নাটৰে সজাগতা সৃষ্টিৰ বাবে ব্যক্তিক্ৰম পদক্ষেপ গ্ৰহণ কৰিছছ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.