ETV Bharat / state

39 ডিগ্ৰী ছেলচিয়াছত দহিছে সমগ্ৰ ৰাজ্য - High Temperature At Assam

সমগ্ৰ ৰাজ্যখনৰ লগতে যোৰহাটতো একেই পৰিস্থিত ৷ সব্বোচ্চ 39 ডিগ্ৰী ছেলচিয়াছ গৰমত হাহাকাৰ পৰিস্থিতি ৷ গৰমৰ পৰা হাত সাৰিবলৈ কোনোৱে খাইছে কুঁহিয়াৰৰ ৰস,আন কোনোৱে আকৌ গছৰ ছায়াত আশ্ৰয় লৈছে ৷

39 দিগ্ৰী ছেলছিয়াছত দহিছে সমগ্ৰ ৰাজ্য
author img

By

Published : Aug 13, 2019, 3:45 PM IST

যোৰহাট,13 আগষ্টঃ সমগ্ৰ ৰাজ্য খনৰ লগতে যোৰহাটত তাপমাত্ৰা 39 ডিগ্ৰী ছেলচিয়াছলৈ বৃদ্ধি পাইছে ৷ উৎকট গৰমত পৰিত্ৰাণ পাবলৈ কোনোৱে যদি আশ্ৰয় লৈছে গছৰ ছাঁত, আন কোনোৱে আকৌ কুঁহিয়াৰৰ পানীৰে পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিছে ৷

39 দিগ্ৰী ছেলছিয়াছত দহিছে অসম

শাওণৰ শেষত যেন উগ্ৰ ৰূপ ধাৰণ কৰিছে সূৰ্য দেৱতাই । বৰষুণৰ অবৰ্তমানত পূৱাৰ পৰাই গা দহি-পুৰি নিয়া প্ৰখৰ ৰ'দ । দিনৰ ১০ বজাৰ পৰা আবেলি ৪ বজালৈ যেন ৰ'দৰ অঘোষিত প্ৰতিযোগিতাহে। বিগত এটা সপ্তাহ উৎকট গৰমে বাৰুকৈয়ে দহিছে সমগ্ৰ ৰাজ্যবাসীক ৷ চহৰখনৰ বাটপথত প্ৰায় জন শূণ্য অৱস্থা । কিন্তু দেহ পুৰি যোৱা প্ৰচণ্ড গৰমক নেওচি একাংশ যান-বাহন আৰক্ষীয়ে নিজৰ কৰ্তব্য পালন কৰিছে।

গৰমত দগ্ধ ৰাজ্য।।

শাওনৰ শেষত যেন উগ্ৰ ৰূপ ধাৰণ কৰিছে দিনমনিয়ে।বৰষুণৰ অবৰ্তমানত পূৱাৰ পৰাই ছতিয়াই দিছে গা দহি পুৰি নিয়া প্ৰখৰ ৰ'দ। দিনৰ ১০ বজাৰ পৰা আবেলি ৪ বজালৈ যেন ৰ'দৰ অঘোষিত প্ৰতিযোগিতাহে।বিগত এটা সপ্তাহৰ গৰমে বাৰুকৈয়ে দহিছে।যোৰহাট চহৰখনৰ বাটপথত প্ৰায় জন শূন্যৰ দৰে।নাহিলে নহয় বাবে হে উলিই আহিছে লোক।দেই পুৰি যোৱা গৰমৰ মাজতো প্ৰচন্ড গৰমক নেওচি একাংশ যান-বাহন আৰক্ষীয়ে কৰিছে নিজৰ কৰ্তব্য।গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কোনো আশ্ৰয় লৈছে গছৰ তলত আনকোনোৱে কুহিয়াৰ পানীৰে পৰিত্ৰাণ লৱলৈ চেষ্টা।মুঠৰ ওপৰত ৩৯ ডিগ্ৰী গৰমে যোৰহাট জিলা খনকো বাৰুকৈয়ে দহিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.