ETV Bharat / state

ধুবুৰীত চিকিৎসকৰ দলক কোৱাৰেণ্টাইনলৈ প্ৰেৰণ - ধুবুৰীৰ স্বাস্থ্যকৰ্মীৰ 17 জনীয়া দল

কোৱাৰেণ্টাইনলৈ যোৱা চিকিৎসা কৰ্মীৰ দলটোক ফুলাম গামচাৰে উস্ম আদৰণি জনালে গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়া চয়নীকা ঠাকুৰীয়াই ৷

health worker send to quarantine camp
health worker send to quarantine camp
author img

By

Published : Jun 10, 2020, 6:00 PM IST

ধুবুৰী, 10 জুনঃ বিগত কিছু দিনৰ পৰা COVID ৰোগীক চিকিৎসা আগবঢ়াই অহা ধুবুৰীৰ স্বাস্থ্যকৰ্মীৰ 17 জনীয়া দল এটাক কোৱাৰেণ্টাইনলৈ বুধবাৰে প্ৰেৰণ কৰা হয় । এই দলটোত আছে 3 গৰাকী চিকিৎসকো। মটেৰঝাৰ মহাত্মা গান্ধী আদৰ্শ কোভিড চিকিৎসালয়ত সেৱা আগবঢ়াই আহিছিল এই দলটোৱে । কোৱাৰেণ্টাইনলৈ যোৱা চিকিৎসা কৰ্মীৰ দলটোক ফুলাম গামোচাৰে উষ্ম আদৰণি জনালে গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়া চয়নীকা ঠাকুৰীয়াই ৷

ধুবুৰীত চিমটেৰঝাৰ মহাত্মা গান্ধী আদৰ্শ কোভিড চিকিৎসালয়কিৎসকৰ দলক কোৱাৰেণ্টাইনলৈ প্ৰেৰণ
মটেৰঝাৰ মহাত্মা গান্ধী আদৰ্শ কোভিড চিকিৎসালয়

উল্লেখ্য যে, ধুবুৰীৰ পাঁচখন চিকিৎসালয়ত ইতিমধ্যে 300 ৰো অধিক COVID-19 আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে । তাৰে 20 গৰাকী লোক ইতিমধ্যে আৰোগ্য হৈ ঘৰলৈ উভতিছে ।

ধুবুৰীত চিকিৎসকৰ দলক কোৱাৰেণ্টাইনলৈ প্ৰেৰণ

লগতে চাওকঃ কোনো নিৰ্দেশনা নোহোৱাকৈ শক্তি বিভাগে কাটিলে দুশজোপা গছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.