ETV Bharat / state

টীয়কত পথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ

author img

By

Published : Sep 11, 2019, 9:42 AM IST

চাইকেলৰ পৰা পৰি মূৰত গুৰুতৰ ভাবে আঘাত পোৱাত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ৷

টীয়কত পথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ

টীয়ক , 11 ছেপ্টেম্বৰঃ বুধবাৰে পুৱা টীয়কৰ বলমা কানৈপুখুৰী সমীপৰ হুছেইন চাপৰি পথৰ দাঁতিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়৷ মৃত যুৱকজন হুছেইন চাপৰি অঞ্চলৰ জোমা আলি বুলি জানিব পৰা গৈছে ৷

deadbody
টীয়কত পথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ

স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি, মঙলবাৰে নিশা যুৱকজনে নিজৰ চাইকেলেৰে ঘৰলৈ আহি থকা অৱস্থাত বিধ্বস্ত পথৰ বাবে নিয়ন্ত্ৰন হেৰুৱাই বাটত পৰি যায়৷ আৰু চাইকেলৰ পৰা পৰি মূৰত গুৰুতৰ ভাবে আঘাত পোৱাত যুৱকজনে এনেদৰে কৰুণ মৃত্যুক আঁকোৱালি লয় ৷ ইপিনে ৰাইজৰ খবৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে আৰু সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷

Intro:Body:টীয়কত পথৰ দাঁতিত যুৱকৰ মৃতদেহ
TEOK:টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত বলমা কানৈপুখুৰী সমীপৰ হুছেইন চাপৰি পথৰ কাষত পুৱাই স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰে এজন যুৱকৰ মৃতদেহ ।চাইকেল সহ কালি নিশা ঘৰলৈ বুলি আহি থকা অৱস্থাত যুৱকজনে বিধ্বস্ত পথৰ বাবে চাইকেলৰ পৰি মূৰত গুৰুতৰ ভাবে আঘাত পাই এনেদৰে কৰুণ মৃত্যুক আকোৱালি লব লগা হ'ল বুলি সন্দেহ কৰা হৈছে । মৃত যুৱক জন হুছেইনচাপৰি অঞ্চলৰ জোমা আলি বুলি
জানিব পৰা গৈছে ।ইতিমধ্যে আৰক্ষী ঘটনা স্হলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰিছে ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.