ETV Bharat / state

গুৰুতৰভাৱে অসুস্থ মৰিয়নিৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ

গুৰুতৰভাৱে অসুস্থ মৰিয়নি সমষ্টিৰ বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ ৷ জানিব পৰা মতে,মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ সময়ত নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বাগৰি পৰিছিল অলক কুমাৰ ঘোষ ৷ ইয়াৰ পিচতে শৰীৰত স্থাপন কৰা হয় পেচমেকাৰ ৷ কিন্তু সেই পেচমেকাৰত বিসংগতি হোৱা বাবে প্ৰাক্তন বিধায়কগৰাকী গুৰুত্বৰভাৱে অসুস্থ হৈ পৰা বুলি অনুমান কৰা হৈছে ৷

Critical condition Of Alok kumar ghose
গুৰুতৰভাৱে অসুস্থ মৰিয়নিৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ
author img

By

Published : Mar 11, 2021, 2:11 PM IST

যোৰহাট,11মাৰ্চ: গুৰুতৰভাৱে অসুস্থ মৰিয়নি সমষ্টিৰ বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ ৷ জানিব পৰা মতে,মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ সময়ত নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বাগৰি পৰিছিল অলক কুমাৰ ঘোষ ৷ ইয়াৰ পিচতে শৰীৰত স্থাপন কৰা হয় পেচমেকাৰ ৷ কিন্তু সেই পেচমেকাৰত বিসংগতি হোৱা বাবে প্ৰাক্তন বিধায়কগৰাকী গুৰুত্বৰভাৱে অসুস্থ হৈ পৰা বুলি অনুমান কৰা হৈছে ৷

গুৰুতৰভাৱে অসুস্থ মৰিয়নিৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ

ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে যোৰহাটৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে প্ৰাক্তন বিধায়কগৰাকীক ৷ উল্লেখযোগ্য যে, অলক ঘোষে বিজেপি দলৰ পৰা টিকট বঞ্চিত হৈ অসম জাতিয় পৰিষদৰ পৰা মনোনয়ন দাখিল কৰিছিল যদিও সেই মনোনয়ন নাকচ হয় ৷

লগতে পঢ়কঃশিৱৰাত্ৰি উপলক্ষে শিৱসাগৰৰ আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.