ETV Bharat / state

পৰম্পৰাগত বোকা বিহুৰ উলাহত মতলীয়া তিতাবৰ - পৰম্পৰাগত বোকা বিহুৰ উলাহত মতলীয়া তিতাবৰ

অসমীয়া সাতামপুৰুষীয়া পৰম্পৰা অনুসৰি তিতাবৰটো দেখিবলৈ পোৱা গৈছে বোকা বিহু ৷ ৰোগ নিৰাময়ৰ বাবে এই বোকা বিহু উদযাপন কৰাটো এক পৰম্পৰা বুলি প্ৰবাদ আছে ৷

পৰম্পৰাগত বোকা বিহুৰ উলাহত মতলীয়া তিতাবৰ

author img

By

Published : Apr 15, 2021, 2:13 PM IST

তিতাবৰ,15 এপ্ৰিল: আজি পহিলা ব’হাগ, মানুহ বিহু । সমগ্ৰ ৰাজ্যৰ লগতে তিতাবৰটো উদযাপন কৰা হৈছে বোকা বিহু । পুৱাই তিতাবৰ মহিমাবাৰী ৰাইজ বোকা বিহু খেলিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে ৷

ইজনে সিজনৰ গাত বোকা লগাই পৰম্পৰাগতভাৱে উদযাপন কৰিলে বোকা বিহু । বোকা বিহুৰ এক তাপৰ্য আছে । যিহেতু বোকা বিহু হৈছে কৃষি ভিত্তিক এক উৎসৱ , আৰু কেইদিন মানৰ পাছতে পথাৰত হাল জুৰিব কৃষকে ।

তিতাবৰত পৰম্পৰাগত ভাবে বোকা বিহু উযাপন

সেইবাবে কৃষি কৰ্মলৈ যোৱাৰ আগতে বোকা বিহু উদযাপন কৰিছে । আনহাতে বোকা বিহুৰ লোকবিশ্বাস অনুসৰি আজি এই মানুহৰ বিহু দিনটোত বোকা খেলিলে বিভিন্ন চালৰ ৰোগ নিৰাময় হয় । এইয়াই হৈছে আমাৰ সাতামপুৰুষীয়া পৰম্পৰা ।

লগতে পঢ়ক:মৰাণৰ 1 নং মিৰিহোলাবাসীয়ে আয়োজন কৰিলে মুকলি বিহু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.