ETV Bharat / state

অতুল বৰা হাতীৰ নে পদুমৰ !

author img

By

Published : Apr 7, 2019, 9:38 AM IST

টীয়কত অনুষ্ঠিত নিৰ্বাচনী সভা খনত থকা অতুল বৰাৰ ফ্লেক্সত হাতীৰ পৰিৱৰ্তে দেখা গ'ল পদুমৰ চিহ্ন ৷ ইয়াকলৈ অগপ কৰ্মী সকলৰ মাজত দেখা গ'ল ব্যাপক প্ৰতিক্ৰিয়া ৷

অতুল বৰা হাতীৰ নে পদুমৰ !

টীয়ক, 7 এপ্ৰিল : শনিবাৰে টীয়কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰা এখন নিৰ্বাচনী সভাত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য ৷ আঞ্চলিক দল অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু এই দলটোৰ প্ৰতীক হাতী ৷ কিন্তু টীয়কত অনুষ্ঠিত নিৰ্বাচনী সভা খনত থকা অতুল বৰাৰ ফ্লেক্সত হাতীৰ পৰিৱৰ্তে দেখা গ'ল পদুমৰ চিহ্ন ৷

অতুল বৰা হাতীৰ নে পদুমৰ !

এই ঘটনাক কেন্দ্ৰ কৰি অগপ কৰ্মী সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এয়া মিত্ৰতাৰ নামত আঞ্চলিক দলটোৰ সভাপতি গৰাকীৰ গেৰুৱা হোৱাৰ কুচ-কাৱাজ নেকি বুলি একাংশ অগপ কৰ্মীয়ে আলোচনা কৰা পৰিলক্ষিত হ'ল ৷ সভাপতি গৰাকীৰ এনে অৱস্থাই আঞ্চলিক দলটোৰ ভৱিষ্যৎ কোন দিশে গতি কৰিব সেয়া এতিয়া বৃহৎ সাঁথৰ ৷

Intro:Body:অতুল বৰা হাতীৰ নে পদুমৰ !
TEOK:আঞ্চলিক দল অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ।দলটোৰ প্ৰতীক হাতী । কিন্তু শনিবাৰে টীয়কত অনুষ্ঠিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰা এখন নিৰ্বাচনী সভাৰ এই দৃশ্য মন কৰক । বিজেপিৰে আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰতা কৰাৰ পাছত এতিয়া অতুল বৰাৰ ফ্লেক্সত হাতীৰ পৰিবৰ্তে পদুমৰ চিহ্ন ।মিত্ৰতাৰ নামত আঞ্চলিক দলটোৰ সভাপতি গৰাকীৰ গেৰুৱা হোৱাৰ কুচকাৱাজ নেকি এই লৈ সৰব আলোচনা হোৱা দেখা গ'ল একাংশ অগপ কৰ্মীৰ মাজত।সভাপতিগৰাকীৰ এনে অৱস্থাই আঞ্চলিক দলটো ভৱিষ্যতে কোন দিশে গতি কৰিব সেয়া এতিয়া বৃহৎ সাথৰ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.