ETV Bharat / state

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দান কৰিলে চকু আৰু দেহ

আজি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৪২তম ওপজা দিন । এই ওপজা দিনতে ল'লে এক চুড়ান্ত সিদ্ধান্ত। মানৱ জাতিৰ বাবে দান কৰিব চকুযুৰি। যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সংবাদ মেলত ঘোষণা বিধায়ক গৰাকীৰ।

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দান কৰিলে চকু
author img

By

Published : Jul 24, 2019, 2:03 PM IST

যোৰহাট, ২৪ জুলাইঃ বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনামা দখল কৰা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দেখুৱালে মানৱতাৰ চুড়ান্ত নিৰ্দশন । মানৱ জাতিৰ বাবে দান কৰিব নিজৰ দেহৰ লগতে চকু ।

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দান কৰিলে চকু
আজি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৪২ তম ওপজা দিন । এই ওপজা দিনতে ল'লে এক চুড়ান্ত সিদ্ধান্ত । মানৱ জাতিৰ বাবে দান কৰিলে নিজৰ দেহৰ লগতে চকু । যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সংবাদ মেলত ঘোষণা বিধায়ক গৰাকীৰ । যোৰহাটৰ একলব্য ফাউণ্ডেছনৰ হাতত আইনি প্ৰক্ৰিয়াৰে জ্যোতি আই বেংকক দান কৰিলে নিজৰ চকুযোৰ । লগতে জীৱন সংগী মানশ্ৰুৰিয়া বৰদলৈয়ে স্বামী ৰূপজ্যোতি কুৰ্মীৰ এই সিদ্ধান্তত অত্যন্ত সুখী বুলি মন্তব্য কৰাৰ লগতে অনাগত ভৱিষ্যতে তেঁও এই সংকল্প গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ।

আনহাতে বিধায়ক গৰাকীয়ে ৰাজ্য চৰকাৰলৈ নিজৰ দৰমহাৰ পৰা এক লাখ টকা মুখ্যমন্ত্ৰীৰ হাতত অহা ২৬ তাৰিখে আগবঢ়াব বুলি মন্তব্য কৰে । এই ধন ৰোগীৰ বাবে এখন এয়াৰ এম্বুলেন্স ক্ৰয় কৰিবলৈ আহ্বান বিধায়ক গৰাকীৰ ।

দেহ দান মহান দান।দধীশ্ৰী মুনীৰ দৰে কৰ্তব্য এজন বিধায়কৰ।।কোন বিধায়কে কৰিলে দেহ দান।।চাওক আমাৰ এক প্ৰতিবেদন।।

সদায় বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনামা দখল কৰা মৰিয়নিৰ সমষ্টিৰ বিধায়ক ৰূপজ্যোতীয়ে দেখোৱালে মানৱতাৰ চুড়ান্ত নিৰ্দশন।যেন দধীশ্ৰী মুনী।যিদৰে দধীশ্ৰী মুনীয়ে বিত্ৰাসুৰক বধ কৰিবলৈ নিজৰ অস্হি দান কৰি দেৱতা সকলৰ উপকাৰ সাধন কৰিবলৈ সক্ষম হৈছিল ঠিক তেনেদৰে বিধায়ক ৰূপজ্যোতী কুৰ্মীয়ে মানৱ জাতিৰ বাবে দান কৰিলে নিজৰ দেহ।

আজি বিধায়ক ৰূপজ্যোতীৰ ৪২ তম উপজা দিন।এই উপজা দিনতে ললে এক সঠিক আৰু চুড়ান্ত সিদ্ধান্ত।মানৱ জাতিৰ বাবে কৰিলে দান কৰিলে নিজৰ দেহৰ লগতে চকু ।যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সংবাদ মেলত ঘোষণা বিধায়ক গৰাকীৰ লগতে যোৰহাটৰ একলব্য ফাইন্ডেছন হাতত আইনী প্ৰক্ৰিয়াৰে দান কৰিলে দেহ আৰু জ্যোতি আই বেংকক দান কৰিলে নিজৰ চকুযোৰ।

byte 1(rupjyoti)

আনহাতে জীৱনৰ প্ৰতিটো ঘাট-প্ৰতিঘাটত সংগ দিয়া জীৱন সংগী মানশ্ৰুৰীয়া বৰদলৈ কুৰ্মীয়ে মানসিক ভাৱে সাজু নহয় যদিও স্বামীৰ এই সিদ্ধান্তত অত্যন্ত সুখী।অনাগত ভৱিষ্যতে স্বামীৰ এই যাত্ৰাতে যাত্ৰাৰ কৰাৰ সংকল্প।
byte 2 ( wife)

উল্লেখযোগ্য যে যোৰহাটৰ যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱব্ৰত শৰ্মাই ১৯৮৬ চনৰ পৰাই একলব্য ফাউন্ডেছনৰ যোগেদি চিকিৎসা বিজ্ঞানৰ বাবে দেহ সংগ্ৰহৰ কাম কৰি আহিছে।ইতিমধ্যে ৫০ ৰো অধিক লোকে দেহ দান কৰিছে একলব্য ফাইন্ডেছন লৈ।ইয়াৰ ভিতৰত মাত্ৰ তিনি গৰাকীৰ মৃত্যু ঘটিছে যদিও বাকী সকল জীৱিত।বিধায়ক ৰূপজ্যোতীৰ দেহ দানে একলব্য ফাউন্ডছক আৰু অধিক শক্তিশালী ৰূপত ঠিয় কৰাব বুলিলে অধ্যক্ষ গৰাকীয়ে।

byte 3( principal jorhat college)

আনহাতে মৰিয়নিৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে ৰাজ্য চৰকাৰলৈ নিজৰ দৰমহাৰ পৰা এক লাখ টকা মুখ্যমন্ত্ৰীৰ হাতত অহা ২৬ তাৰিখে দিব।এই ধনৰে যাতে ৰাজ্যখনৰ ৰোগীৰ বাবে এখন এয়াৰ এম্বুলেন্স ক্ৰয় কৰিব পাৰে।
বিধায়ক ৰূপজ্যোতীৰ উপজা দিনৰ উলগ থাকিল etv Bharat ৰ পৰা।দীৰ্য জীৱি হওক মানৱতাৰ জয় গান গোৱা বিধায়ক ৰূপজ্যোতী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.